ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

নিউজ ডেস্কঃ

News Desk by News Desk
September 21, 2026
Reading Time: 1 min read
A A
0
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

RELATED POSTS

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

New Logo Smal 1 | ASSAM TIMES POST

চীন-ছিকিম সীমান্তত অভিযান চলাই নিৰুদ্দেশ হৈছিল চোৰাংচোৱা বিষয়াৰ এটা দল। নিৰ্ধাৰিত সময়ৰ পিছতো, দিনৰ পিছত দিন পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকৰ কোনো সন্ধান পোৱা হোৱা নাছিল।

কেৰিয়াৰৰ আৰম্ভণিতে হোৱা এক ভয়ানক ঘটনাৰ কথা মনত পেলাই সেই অভিজ্ঞতা পোহৰলৈ আনিছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে। তেওঁ কয় যে এটা সময়ত তেওঁ ভাবিছিল যে সেই দলৰ সদস্যসকল জীৱিত অৱস্থাত ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। আনকি সেই ঘটনাৰ পিছত তেওঁৰ কেৰিয়াৰ শেষ হ’ল বুলিও তেওঁ ভাবিছিল। আইআইটি ৰুঢ়কীৰ সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি থকাৰ সময়তে ডোভালে নিজৰ চোৰাংচোৱা কেৰিয়াৰৰ আৰম্ভণিতে হোৱা এই অভিজ্ঞতা প্ৰকাশ কৰে।

তেওঁ কয় যে সেই সময়ত তেওঁ এজন যুৱ আইপিএছ বিষয়া আছিল আৰু তেওঁ ছিকিমৰ চোৰাংচোৱা বিভাগৰ দায়িত্বত আছিল। সীমান্ত অঞ্চলটো নিৰীক্ষণ কৰাৰ লগতে চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীৰ গতিবিধিৰ তথ্য সংগ্ৰহৰ দায়িত্বও তেওঁৰ আছিল। ডোভালৰ মতে, এবাৰ সীমান্ত অঞ্চলত বিশেষ অভিযানত চোৰাংচোৱা দল এটা পঠিওৱা হৈছিল।

পৰিকল্পনা অনুসৰি পাঁচ-ছয় দিনৰ ভিতৰত তেওঁলোক ঘূৰি অহাৰ কথা আছিল। কিন্তু প্ৰায় ১৫ দিনৰ পাছতো দলৰ সদস্যসকলৰ কোনো খবৰ পোৱা নাছিল। কথাটোক লৈ তেওঁ বৰ চিন্তিত হৈ পৰে। ডোভালে কয়, “এয়া কেৱল পেছাদাৰী চিন্তাৰ বিষয় নহয়, মানৱীয় দৃষ্টিকোণৰ পৰাও এক অতি চিন্তাৰ বিষয়। ইমানবোৰ মানুহ ক’ত আছে, তেওঁলোক জীয়াই আছে নে মৃত, তেওঁলোকৰ কি হ’ল, একো গম পোৱা নাছিলোঁ।”

AJI | ASSAM TIMES POST
অজিত ডোভাল

আচলতে সেই সময়ত কোনো প্ৰাকৃতিক দুৰ্যোগ হোৱা নাছিল। ইফালে ওপৰ মহলৰ পৰা বাৰে বাৰে ফোন আহিছিল। জ্যেষ্ঠ বিষয়াজনে জানিব বিচাৰিছিল যে তেওঁ সীমান্তৰ সিপাৰে চোৰাংচোৱা বিষয়াৰ দল এটা পঠিয়াইছে নেকি?

ডোভালে কয় যে তেওঁলোক পাঁচ-ছয় দিনৰ পিছত ঘূৰি অহাৰ কথা আছিল, কিন্তু তেতিয়ালৈকে প্ৰায় ১০-১১ দিন পাৰ হৈ গৈছিল। তাৰ পিছত আহিল আৰু এক চিন্তনীয় খবৰ। তেওঁক জনোৱা হয় যে চোৰাংচোৱা দলটোৰ সদস্যসকল চীনৰ জিম্মাত আছে। ডোভালৰ মতে, চীনৰ সেনাই তেওঁলোকক আটক কৰি জেৰা কৰে। পিছত আলোচনা আৰু আপোচৰ জৰিয়তে তেওঁলোকক ঘূৰাই পঠোৱা হয়।

অৱশ্যে ঘূৰি অহাৰ সময়ত তেওঁলোকৰ শাৰীৰিক অৱস্থা বৰ ভাল নাছিল। এই ঘটনাৰ পিছতে বিভাগীয় তদন্ত আৰম্ভ কৰা হয়। ডোভালে কয় যে তেওঁ নিশ্চিত যে তেওঁৰ কেৰিয়াৰ সম্ভৱতঃ ইয়াতেই শেষ হৈ গ’ল। তেওঁ কয়, “মই ভাবিছিলোঁ যে ইয়াতেই মোৰ কেৰিয়াৰৰ অন্ত।” অৱশ্যে তদন্তৰ শেষত তেওঁক জগৰীয়া নকৰিলে। জানিব পৰা মতে মুখ্য কাৰ্যালয়ে দিয়া কিছুমান স্কেচ্চ আৰু মেপ ভুল আছিল। সেইবাবেই এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাৰ সময়ো ছিকিমৰ ইতিহাসৰ লগত ওতপ্ৰোতভাৱে জড়িত। ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পাছতো ছিকিম তেতিয়ালৈকে ভাৰতৰ অংগ হোৱা নাছিল।

১৯৫০ চনৰ ভাৰত-ছিকিম চুক্তিৰ জৰিয়তে ছিকিম ভাৰতৰ এখন ‘ৰক্ষিত ৰাজ্য’ আছিল। যদিও প্ৰতিৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু যোগাযোগৰ দায়িত্ব ভাৰতৰ হাতত আছিল, তথাপিও আভ্যন্তৰীণ বিষয়ত ছিকিমে নিজৰ স্বায়ত্তশাসন বজাই ৰাখিছিল। অৱশেষত ১৯৭৫ চনত ছিকিমে ২২ সংখ্যক ৰাজ্য হিচাপে ভাৰতত যুক্ত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AjitDoval
Share4Tweet3Send

Related Posts

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

by News Desk
September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

by News Desk
September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

by News Desk
September 21, 2026
50
TATA Sons : চন্দ্ৰশেখৰণক টাটা ছন্সৰ অধ্যক্ষ নিযুক্তিৰ প্ৰস্তাৱ অবৈধ আখ্যা নোৱেলৰ টাটা ট্ৰাষ্টৰ

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

54
ADVERTISEMENT
Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব
National-International

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

September 21, 2026
50
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ
National-International

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

September 21, 2026
50
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়
National-International

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

September 21, 2026
50
Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ
National-International

Japanese aircraft : প্ৰথমবাৰৰ বাবে ভাৰতৰ মাটিত জাপানৰ যুদ্ধ বিমান, ‘বীৰ গাৰ্ডিয়ান-২০২৬’ অনুশীলনত সহযোগিতাৰ বাৰ্তা দুই বায়ুসেনাৰ মুৰব্বীৰ

September 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

Ajit Doval : চীন-ছিকিম সীমান্তত নিৰুদ্দেশ ভাৰতীয় চোৰাংচোৱা বিষয়াৰ দল, ক’লৈ গ’ল তেওঁলোক? অজিত ডোভালৰ কাহিনীত আপুনিও শিহৰিত হ’ব

September 21, 2026
Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

Indo Bangladesh ties : ভাৰত-বাংলাদেশৰ যৌথ টাস্ক ফ’ৰ্চ গঠনৰ বাবে আলোচনা, দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে আগ্ৰহী দুয়ো দেশ

September 21, 2026
Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

Strait of Hormuz : হৰমুজৰ সমীপত এলপিজি টেংকাৰত ড্ৰোন আক্ৰমণ, কথমপি ৰক্ষা পৰিল ৯ ভাৰতীয়

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d