ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

নিউজ ডেস্কঃ

News Desk by News Desk
September 25, 2026
Reading Time: 1 min read
A A
0
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

New Logo Smal 1 | ASSAM TIMES POST

জ্ঞানেশ কুমাৰক দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ পদৰ পৰা অপসাৰণৰ বাবে পুনৰ অভিযোগনামা দাখিল কৰিবলৈ ওলাইছে বিৰোধী শিবিৰ। কংগ্ৰেছৰ সূত্ৰৰ উদ্ধৃতি দি ইণ্ডিয়ান এক্সপ্ৰেছে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি, সংসদৰ দুয়ো সদনলৈ জাননী জাৰি কৰা হ’ব। ইতিমধ্যে আন্দোলন আৰম্ভ হৈছে। আইনী পৰামৰ্শ লোৱা হৈছে। জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা অপসাৰণ কৰি আইনৰ পৰিসৰৰ অধীনলৈ অনাৰ লক্ষ্যৰে পুনৰ সংসদত অভিযোগনামা দাখিলৰ প্ৰস্তাৱ আনিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। কংগ্ৰেছৰ এক সূত্ৰই জনোৱা মতে, জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱৰ খচৰা আইনী বিশেষজ্ঞৰ সৈতে বাৰ্তালাপ কৰি প্ৰস্তুত কৰা হৈছে। শীঘ্ৰে সংসদৰ দুয়ো সদনত পৃথকে পৃথকে বিৰোধী দলসমূহে জাননী জাৰি কৰিব।

যোৱা মাৰ্চ মাহত ১৯৩ গৰাকী বিৰোধী সাংসদে (লোকসভাৰ ১৩০ জন আৰু ৰাজ্যসভাৰ ৬৩ জন) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে স্বাক্ষৰ কৰি অপসাৰণৰ জাননী দাখিল কৰিছিল।

অভিযোগসমূহ হ’ল- ১) জ্ঞানেশ কুমাৰৰ নিযুক্তিক লৈ প্ৰশ্ন উত্থাপন হৈছে
২) তেওঁ পক্ষপাতদুষ্ট আৰু বৈষম্যমূলক কাম কৰিছে
৩) নিৰ্বাচনী জালিয়াতিৰ তদন্তত বাধা দিছিল
৪) বিহাৰত এছ আই আৰত (SIR) বহু লোকৰ ভোটাধিকাৰ বঞ্চিত হৈছে
৫) বিহাৰ মডেল পশ্চিমবংগকে ধৰি সমগ্ৰ দেশতে পক্ষপাতিত্বমূলকভাৱে প্ৰয়োগ কৰা হৈছে
৬) আদালতৰ নিৰ্দেশ অমান্য কৰা হৈছে
৭) আয়োগৰ স্বাধীনতা ৰক্ষা কৰাত ব্যৰ্থ হৈ শাসকৰ নিৰ্দেশ মতে কাম কৰি আছে

opp | ASSAM TIMES POST
জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

উল্লেখ্য যে ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত চাৰিটা মূল অভিযোগ বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ সৈতে বহুত মিল আছে । সেই চাৰিটা অভিযোগ হ’ল—

১) একপক্ষীয় সিদ্ধান্ত গ্ৰহণ— সান্ধু আৰু যোশীয়ে অভিযোগ কৰে যে মুখ্য নিৰ্বাচন আয়ুক্তই তেওঁলোকৰ অজ্ঞাতে বা সন্মতি অবিহনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নিৰ্দেশনা জাৰি কৰিছিল । যদিও ২০২৩ চনৰ আইন অনুসৰি আয়োগৰ সকলো কাম সৰ্বসন্মতিক্ৰমে কৰিব লাগে, বহু ক্ষেত্ৰত তেওঁলোকক অৱগত নকৰাকৈয়ে ফাইলসমূহ গৃহীত কৰা হৈছিল।
২) ভোটাৰ তালিকাত অবৈধ পৰিৱৰ্তন (প্ৰপত্ৰ ৬ সন্দৰ্ভত বিতৰ্ক)— নতুন ভোটাৰ পঞ্জীয়ন আবেদন প্ৰ-পত্ৰ বা ‘ফৰ্ম ৬’ত অবৈধভাৱে আয়ুক্ত দুজনৰ সন্মতি অবিহনে এটা নতুন প্ৰশ্ন সংযোজন কৰা হয়। নতুন আবেদনকাৰীক সোধা হৈছিল যে পূৰ্বৰ এছ আই আৰৰ সময়ত তেওঁলোকৰ নাম বা তেওঁলোকৰ পিতৃ-ককাকৰ নাম ভোটাৰ তালিকাত আছিল নে নাই? নিৰ্বাচন আয়ুক্ত সান্ধুৱে ইয়াক ‘অকৰ্তৃত্বশীল আৰু অবৈধ’ বুলি অভিহিত কৰি ইয়াক প্ৰত্যাহাৰ কৰাৰ দাবী জনায়।
৩) ইয়াৰ ফলত নিম্নস্তৰৰ নিৰ্বাচনী বিষয়াৰ (ই আৰ অ’) ক্ষমতা দুৰ্বল হৈ পৰিছে আৰু কেন্দ্ৰীয় ছফ্টৱেৰ ব্যৱস্থাৰ জৰিয়তে যোগ্য ভোটাৰৰ নাম বাদ পৰাৰ আশংকাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিবেদনত এইটোও ইংগিত দিয়া হৈছে যে আইনগতভাৱে মুখ্য নিৰ্বাচন আয়োগৰ ক্ষমতাৰ সমান নিৰ্বাচন আয়ুক্ত দুজনৰো সকলো ডাটাবেংকৰ ‘এক্সেচ’ (প্ৰৱেশাধিকাৰ) নাছিল।
৪) ভোটাৰ তালিকাৰ অনিয়ম- নতুন নাম অন্তৰ্ভুক্ত আৰু ভোটাৰ তালিকা শুধৰণিৰ প্ৰক্ৰিয়াত ব্যাপক অনিয়ম, দেশৰ ১৩ কোটি ভোটাৰৰ নাম এছ আই আৰৰ জৰিয়তে বাদ পৰা, আনকি গোৱাত উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশৰ পিছতো ৯৭ গৰাকী যোগ্য নাগৰিকে ছফ্টৱেৰ ভুলৰ বাবে ভোটাধিকাৰৰ পৰা বঞ্চিত হয়।

জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়াক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। ২০২৩ চনত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে আইন প্ৰণয়ন কৰি নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ নিয়ম সলনি কৰিছিল। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে নিৰ্বাচন আয়ুক্ত নিযুক্তি দিছিল। নতুন আইনখনত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সলনি প্ৰধানমন্ত্ৰীয়ে মনোনীত কৰা কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এজন সদস্যক সেই ক্ষমতা দিয়া হৈছিল। জ্ঞানেশ কুমাৰক নিযুক্তি দিয়াৰ সময়ত নিযুক্তি পেনেলত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই সন্দৰ্ভত বহুতে প্ৰশ্ন উত্থাপন কৰিছে। তদুপৰি পশ্চিমবংগকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণৰ সময়ত জ্ঞানেশ কুমাৰৰ বিভিন্ন আচৰণৰ বিৰুদ্ধে বিৰোধীয়ে মাত মাতিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumarcontroversy
Share4Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
ADVERTISEMENT
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d