ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

নিউজ ডেস্কঃ

News Desk by News Desk
September 25, 2026
Reading Time: 1 min read
A A
0
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

RELATED POSTS

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

New Logo Smal 1 | ASSAM TIMES POST

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ (Gyanesh Kumar) বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ ৰুজু হৈছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে বাকী দুজন নিৰ্বাচন আয়ুক্তক অৱগত নকৰাকৈ ইটোৰ পিছত সিটো সিদ্ধান্ত লোৱা হৈছিল। এনে সিদ্ধান্ত বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে এই বিষয়ত অধিবক্তা শৈলেন্দ্ৰ মণি ত্ৰিপাঠীয়ে আদালতৰ দৃষ্টি আকৰ্ষণ কৰে। আয়োগৰ ভিতৰত জ্ঞানেশ কুমাৰৰ সিদ্ধান্ত বাতিল কৰি মুখ্য নিৰ্বাচন আয়ুক্তক ‘এজন সাধাৰণ অভিযুক্তৰ দৰে’ আইনী প্ৰক্ৰিয়া আৰু বিচাৰৰ অধীনলৈ অনাৰ বাবে আবেদনকাৰীয়ে দাবী জনাইছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে বিগত ১০ মাহত দুই আয়ুক্ত বিবেক যোশী আৰু সুখবীৰ সিং সান্ধুৱে আয়োগৰ নামত লোৱা বিভিন্ন সিদ্ধান্ত আৰু আদেশৰ ওপৰত ১৪ বাৰ লিখিতভাৱে আপত্তি কৰিছে। পিআইএলত আবেদন কৰা হৈছে যে তেওঁৰ দুই সহকৰ্মীক আওকাণ কৰি অকল জ্ঞানেশ কুমাৰে লোৱা সকলো সিদ্ধান্ত, জাৰি কৰা গাইডলাইন বা ছফ্টৱেৰ সংশোধনীক অসাংবিধানিক আৰু বাতিল ঘোষণা কৰিব লাগে। পুৰণি ফৰ্ম-৬ ঘূৰাই দিবলৈও দাবী জনোৱা হৈছে। নতুন ভোটাৰসকলে এই প্ৰ-পত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নিজৰ নাম পঞ্জীয়ন কৰে। অভিযোগ অনুসৰি, এছ আই আৰ পৰ্যায়ত প্ৰ-পত্ৰত নতুন প্ৰশ্ন সংযোজন কৰা হৈছে। নিয়ম সংশোধন নকৰাকৈ ফৰ্ম-৬ত কোনো সালসলনি কৰিব নোৱাৰিব বুলি দাবী কৰিছে বিৰোধীয়ে।

election1 | ASSAM TIMES POST
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এছ আই আৰৰ অধীনত ৩০ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ খচৰা ভোটাৰ তালিকাৰ পৰা ১৩ কোটিৰো অধিক নাম বাদ পৰিছে। ইয়াৰ উপৰি আবেদনকাৰীয়ে বিশেষ তদন্তকাৰী দলকো (এছ আই টি) অনুৰোধ জনাইছে যে এই কাম কেনেকৈ কৰা হ’ল তাৰ তদন্ত কৰিব লাগে। তেওঁ উচ্চতম ন্যায়ালয়ত দাবী কৰে যে জ্ঞানেশ কুমাৰক শীঘ্ৰে বিচাৰৰ আওতালৈ আনিব লাগে। এই গোচৰত চৰকাৰী কৰ্তব্য পালনত গাফিলতিৰ বাবে জ্যেষ্ঠ উপ-নিৰ্বাচন আয়ুক্ত মনীষ গাৰ্গ আৰু সঞ্চালকপ্ৰধান সীমা খান্নাক জনপ্ৰতিনিধিত্ব আইন (আৰ পি এ)ৰ ৩২ নং ধাৰাৰ অধীনত আনিবলৈ বিচৰা হৈছে।

২০২৩ চনৰ আইন অনুসৰি, যিকোনো চৰকাৰী কাম বা কামৰ বাবে নিৰ্বাচন আয়ুক্তসকলে বিশেষ সুৰক্ষা লাভ কৰে। আবেদনকাৰীয়ে দাবী কৰিছে যে মুখ্য নিৰ্বাচন আয়ুক্তই অকলে আয়োগৰ সিদ্ধান্ত ল’ব নোৱাৰে; কোনো বিষয়ত মতানৈক্য হ’লে সংখ্যাগৰিষ্ঠতাৰ মতামত অনুসৰি সিদ্ধান্ত ল’ব লাগে। যদি কোনো বিষয়ত আন দুজন আয়ুক্তৰ লগত তেওঁৰ মতানৈক্য হয়, তেন্তে সংখ্যাগৰিষ্ঠ মতামত অনুসৰি সিদ্ধান্ত লোৱা উচিত। তেনে নকৰাৰ বাবে জ্ঞানেশ কুমাৰৰ সুৰক্ষা বাতিল হ’ব লাগে। আবেদনকাৰীয়ে তেওঁৰ আবেদনত কয়, “যেতিয়া কোনো কাম আৰু ৰাজহুৱা দায়িত্বৰ মাজত কোনো সামঞ্জস্য নাথাকে, তেতিয়া যুক্তিসংগত সংযোগ বাতিল হয়। সেইবাবেই ২০২৩ চনৰ আইনৰ ১৬ নং ধাৰাত নিৰ্বাচন আয়ুক্তসকলৰ সুৰক্ষাও অবৈধ হৈ পৰে।”

ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে বিৰোধী শিবিৰৰ কেইবাজনো নেতাই জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু আনকি গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছে। সংসদৰ দুয়োখন সদনত তেওঁক অপসাৰণৰ প্ৰস্তাৱ উত্থাপন কৰাৰ প্ৰস্তুতিও আৰম্ভ হৈছে। এইবাৰ উচ্চতম ন্যায়ালয় পায়গৈ এই গোচৰ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GyaneshKumarcontroversy
Share4Tweet3Send

Related Posts

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই
National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
ADVERTISEMENT
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d