ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

নিউজ ডেস্কঃ

News Desk by News Desk
September 25, 2026
Reading Time: 1 min read
A A
0
Election Comission of India : ‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

RELATED POSTS

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

New Logo Smal 1 | ASSAM TIMES POST

এছ আই আৰৰ (SIR) ‘ফৰ্ম ৬’ক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। ‘ফৰ্ম ৬’ত নতুন প্ৰশ্ন সংযোজন কৰাটো অবৈধ বুলি দাবী কৰিছিল বিৰোধী শিবিৰে। ইণ্ডিয়ান এক্সপ্ৰেছৰ চাঞ্চল্যকৰ প্ৰতিবেদন পোহৰলৈ অহাৰ পিছতে পুনৰ বাতৰিৰ শিৰোনাম দখল কৰিছে ‘ফৰ্ম ৬’। এইবাৰ নিৰ্বাচন আয়োগেও এই তীব্ৰ সমালোচনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নতুন ভোটাৰ হিচাপে পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় ‘ফৰ্ম ৬’ত কোনো সালসলনি কৰা হোৱা নাই বুলি সংগঠনটোৱে দাবী কৰে।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক তদন্তত প্ৰকাশ পাইছে যে এছ আই আৰৰ ‘ফৰ্ম ৬’ নথিত কৰা কিছু পৰিৱৰ্তনক লৈ দুজন নিৰ্বাচন আয়ুক্তই আনুষ্ঠানিকভাৱে আপত্তি কৰিছিল। আয়োগে কয় যে মূল ‘ফৰ্ম ৬’ৰ কোনো পৰিৱৰ্তন নকৰাকৈয়ে এছ আই আৰৰ সৈতে জড়িত নতুন ধাৰাটো পৃথক পৰিশিষ্ট হিচাপে সংযোজন কৰা হৈছে।

বিগত ১০ মাহত নিৰ্বাচন আয়োগৰ বিভিন্ন সিদ্ধান্ত সন্দৰ্ভত আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীয়ে উত্থাপন কৰা ১৪টা আপত্তিৰ ভিতৰত ‘ফৰ্ম ৬’ অন্যতম।

প্ৰপত্ৰ ৬ক লৈ বিতৰ্ক কিয়?

মূল আপত্তি আছিল প্ৰ-পত্ৰ ৬ত সংযোজন কৰা নতুন ধাৰাক লৈ, যিটো প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকে পূৰণ কৰিব লাগে। বৰ্তমানৰ প্ৰ-পত্ৰ ৬ৰ বাবে বয়স আৰু ঠিকনাৰ প্ৰমাণৰ দৰে মৌলিক ব্যক্তিগত তথ্যৰ প্ৰয়োজন। জুলাই মাহৰ পৰা নতুন ভোটাৰক বিহত এছ আই আৰৰ পৰাই তেওঁলোকৰ নাম, পিতৃ-মাতৃৰ নাম বা ককাক-আইতাকৰ নাম নির্বাচনী তালিকাত অন্তর্ভুক্ত হৈছে নে নাই সেই কথা উল্লেখ কৰিবলৈ কোৱা হৈছে৷

এই প্ৰশ্নৰ উত্তৰ দিয়াটো ‘বাধ্যতামূলক’ নহ’লেও নতুন আবেদনকাৰীয়ে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব নোৱাৰে বা উত্তৰ নিদিয়াকৈ প্ৰপত্ৰ জমা দিব নোৱাৰে। উল্লেখ্য যে ২০০০ চনৰ আৰম্ভণিতে কেইবাখনো ৰাজ্যত শেষবাৰৰ বাবে এছ আই আৰ চলোৱা হৈছিল।

এছ আই আৰ সম্পৰ্কীয় ঘোষণাপত্ৰখন পোনপটীয়াকৈ অনলাইন ফৰ্মত যোগ কৰা হৈছিল, ১৯৬০ চনৰ ৰেজিষ্ট্ৰেচন অব ইলেক্টৰ ৰুলছৰ কোনো আনুষ্ঠানিক সংশোধন নকৰাকৈ। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, নিৰ্বাচন আয়ুক্তসকলে ঠিক এইটোৱেই আপত্তি কৰিছিল।

sir | ASSAM TIMES POST
‘প্ৰপত্ৰ ৬’ক লৈ উত্তপ্ত বিতৰ্কৰ মাজতে নিৰ্বাচন আয়োগে জনালে, কোনো পৰিৱৰ্তন হোৱা নাই

যোশীয়ে প্ৰথমে মে’ মাহত এই বিষয়টো উত্থাপন কৰিছিল আৰু সকীয়াই দিছিল যে ১৯৬০ চনৰ নিয়মৰ চৰকাৰী সংশোধনী অবিহনে ফৰ্ম ৬ত কোনো ধৰণৰ পৰিৱৰ্তন কৰিব নোৱাৰিব। সান্ধুৱে যোশীৰ কথাত সন্মতি দি কয় যে ই “অকৰ্তৃত্বশীল আৰু অবৈধ” আৰু ইয়াক “তৎক্ষণাত অপসাৰণ কৰা উচিত”।

কিন্তু আপত্তি থকাৰ পিছতো এছ আই আৰ দফা বাতিল কৰা নহ’ল। সান্ধু আৰু যোশীয়ে উত্থাপন কৰা আপত্তিক সমৰ্থন কৰে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত অ’ পি ৰাৱট আৰু প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই।

নিৰ্বাচন আয়োগে কি ক’লে?

মূলতঃ নিৰ্বাচন আয়োগে কাৰিকৰী পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকৰ মতে, প্ৰপত্ৰ ৬ৰ মৌলিক গাঁথনিত কোনো পৰিৱৰ্তন কৰা হোৱা নাই যদিও এছ আই আৰ সন্দৰ্ভত প্ৰশ্নটোৰ বাবে এটা সুকীয়া সংযোজন কৰা হৈছে। আয়োগে কয়, “প্ৰপত্ৰ ৬ত কোনো পৰিৱৰ্তন কৰা হোৱা নাই। পিতৃ-মাতৃ বা ককাক-আইতাকৰ সৈতে সম্পৰ্কৰ বিষয়টো বৰ্তমানৰ আৰু অনুমোদিত প্ৰপত্ৰ ৬ৰ উপৰি অতিৰিক্ত ঘোষণা হিচাপে যোগ কৰা হৈছে।”

নিৰ্বাচন আয়োগে বিহাৰত এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ২০২৫ চনৰ ২৪ জুনত জাৰি কৰা এছ আই আৰ গাইডলাইনৰ কথা উল্লেখ কৰে। ইয়াত কোৱা হৈছে, “নতুন ভোটাৰ হিচাপে পঞ্জীয়নৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত… এতিয়াৰে পৰা প্ৰপত্ৰ ৬ বা প্ৰপত্ৰ ৮ৰ উপৰি আবেদনকাৰীয়ে মূল আবেদনত কৰা ঘোষণাৰ সমৰ্থনত অতিৰিক্ত ঘোষণাও (পৰিশিষ্ট ডি) পূৰণ কৰিব লাগিব।”

উল্লেখ্য যে নতুন সমষ্টিলৈ বদলি হোৱা ভোটাৰে ৮ নং প্ৰ-পত্ৰ পূৰণ কৰিব লাগে।
অৰ্থাৎ প্ৰপত্ৰ ৬ৰ মূল গাঁথনি অপৰিৱৰ্তিত হৈ থকাৰ সময়তে এছ আই আৰ নিয়মৰ অধীনত ‘এনেক্সাৰ ডি’ক অতিৰিক্ত আৱশ্যকীয় বিষয় হিচাপে উল্লেখ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ElectionComissionofIndia
Share4Tweet3Send

Related Posts

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

by News Desk
September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ
National-International

CEC Gyanesh Kumar : ‘দেশদ্ৰোহী’ আখ্যা দি জ্ঞানেশ কুমাৰক ৰাজসাক্ষী হ’বলৈ আহ্বান টোপ ৰাহুল গান্ধীৰ

by News Desk
September 25, 2026
50
Chief Election Commissioner : মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দুই নিৰ্বাচন আয়ুক্তৰ প্ৰতিবেদনে জোকাৰিছে দেশ, কি আছে এই প্ৰতিবেদনত ?
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰক অপসাৰণ কৰিবলৈ পুনৰ অভিযোগনামা দাখিল

by News Desk
September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

by News Desk
September 24, 2026
52
ADVERTISEMENT
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু
National-International

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
50
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ
National-International

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
50
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা
National-International

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026
50
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

September 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু

September 25, 2026
CEC Gyanesh Kumar : ৪৮ ঘণ্টাৰ ভিতৰত জ্ঞানেশ কুমাৰে পদত্যাগ নকৰিলে পুনৰ দেশজোৰা আন্দোলনৰ সকীয়নি পঁইতাচোৰা দলৰ

Gyanesh Kumar controversy : বিতৰ্কৰ মাজতে স্থগিত জ্ঞানেশ কুমাৰৰ দুই কাৰ্যসূচী, পদত্যাগ নকৰিলে গান্ধী জয়ন্তীৰ পৰা প্ৰতিবাদৰ সকীয়নি পঁইতাচোৰাৰ

September 25, 2026
Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

Deendayal’s birth anniversary : বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সৰু সৰু প্ৰচেষ্টা অপৰিহাৰ্য, দীনদয়ালৰ জন্ম বাৰ্ষিকীত মোদীৰ বাৰ্তা

September 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d