ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

নিউজ ডেস্কঃ

News Desk by News Desk
October 4, 2026
Reading Time: 1 min read
A A
0
Cabinet decision : কেবিনেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

RELATED POSTS

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

New Logo Smal 2 | ASSAM TIMES POST

  • গুৱাহাটীৰ যান-বাহন আৰক্ষীক Hero কোম্পানীয়ে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) আঁচনিৰ অধীনত ৫০খন মটৰ চাইকেল আগবঢ়াব। আজি অনুষ্ঠিত কেবিনেট বৈঠকে এই সন্দৰ্ভত অনুমোদন জনায়।
  • বৈঠকত PWD (NH) বিভাগটো বিলুপ্ত কৰি PWD (Roads)ৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। নতুনকৈ সংযুক্ত বিভাগটো চোৱাচিতাৰ বাবে এজন অতিৰিক্ত আয়ুক্তৰ পদ সৃষ্টিতো অনুমোদন জনোৱা হৈছে।
  • BTC, ডিমা হাচাও আৰু কাৰ্বি আংলঙত জল জীৱন মিছনৰ কাম সুচাৰুৰূপে ৰূপায়ণৰ বাবে তিনিখন স্বায়ত্তশাসিত পৰিষদৰ সৈতে তিনিখন বুজাবুজিৰ চুক্তি (MoU)ত কেবিনেটে অনুমোদন জনায়।
  • পৰিৱেশ সুৰক্ষা আৰু বনানীকৰণৰ বাবে গ্ৰীণ ছেছ আৰোপৰ সিদ্ধান্ত লোৱা হৈছে। বৈদ্যুতিক আৰু CNG বাহন, লগতে দুচকীয়া আৰু তিনিচকীয়া বাহন এই ছেছৰ পৰা ৰেহাই পাব। আন বাহনৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ৩,০০০ টকাকৈ গ্ৰীণ ছেছ দিব লাগিব। এই ধন বনানীকৰণ আৰু গৰা খহনীয়া ৰোধৰ কামত ব্যৱহাৰ কৰা হ’ব।
  • অসমৰ স্থায়ী বাসিন্দা অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, কাৰাগাৰ বিভাগ, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আবকাৰী বিভাগ আৰু বন বিভাগৰ কনিষ্টবল তথা বন ৰক্ষী পদৰ ১২ শতাংশ সংৰক্ষণত কেবিনেটে অনুমোদন জনায়।
  • ডালমিয়া ভাৰত গ্ৰুপে অসমত চিমেণ্ট উৎপাদন খণ্ডত ১০,২০০ কোটি টকা বিনিয়োগ কৰিব। এই বিনিয়োগ সন্দৰ্ভত কোম্পানীটোৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিত কেবিনেটে অনুমোদন জনাইছে।
  • শিলচৰ আৰু ডিব্ৰুগড়ত পৌৰ নিগম গঠন হোৱাৰ পাছত পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় গোচৰসমূহ স্থানীয় আদালতত ৰুজু কৰিব পৰাকৈ অসম পৌৰসভা নিৰ্বাচন বিধি সলনি কৰা হৈছে। ইয়াৰ আগতে এনে গোচৰ কেৱল গুৱাহাটীৰ আদালততহে ৰুজু কৰিব পৰা গৈছিল।
  • অসম ৰেজিমেণ্টৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, মধুপুৰ সত্ৰৰ পৰিচালনাৰ বাবে অসম চৰকাৰে প্ৰতিমাহে এক লাখ টকাকৈ আগবঢ়াব। পৰৱৰ্তী সময়ত বৰদোৱাৰ আৰ্হিত সত্ৰখনৰ উন্নয়নৰ বাবে বৃহৎ প্ৰকল্প গ্ৰহণৰ পৰিকল্পনাও আছে।
  • কাছাৰী বজাৰৰ পৰা কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ পাৰতে ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণৰ বাবে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব টাটা কনছালটেন্সীক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কোকৰাঝাৰৰ পাতগাঁও সংৰক্ষিত বনাঞ্চলক BTCৰ অনুৰোধমৰ্মে ৰাজহ গাঁওলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। বনাঞ্চলখনত বহু লোক বসবাস কৰি আহিছে।
  • ইফালে, BTC চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ’বলগীয়া উপলক্ষে মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনায়। নিৰ্বাচনী ব্যস্ততাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Cabinetdecision
Share4Tweet3Send

Related Posts

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered
Guwahati

Assam CMO Flags AI Morphed Image of Himanta Biswa Sarma; Case Registered

by News Desk
October 5, 2026
51
Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল
Guwahati

Bamboo cycle : গান্ধীজয়ন্তীৰ উপহাৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বাঁহৰ চাইকেল

by News Desk
October 2, 2026
51
Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ
Guwahati

Guwahati : নিশাৰ মহানগৰীত ভয়ংকৰ ঘটনা : ঘৰ মালিকক দা’ৰে খেদি হত্যাৰ চেষ্টা ভাড়াটিয়াৰ

by News Desk
October 2, 2026
51
The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ
Guwahati

The Locals : মহানগৰীৰ ক্লাৱত নিশা যুৱতীক উলংগ কৰি প্ৰহাৰ

by News Desk
October 2, 2026
51
Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ
Guwahati

Drugs sieze : গুৱাহাটীৰ কামাখ্যা ৰে’ল ষ্টেচনত ড্ৰাগচসহ দুই মহিলা গ্ৰেপ্তাৰ

by News Desk
September 29, 2026
51
হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট
Guwahati

হঠাৎ সামাজিক মাধ্যমৰ পৰা অন্তৰ্ধান নিমিষা ঠাকুৰীয়াৰ একাউন্ট

by News Desk
September 28, 2026
54
ADVERTISEMENT
Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান
DIPHU

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
50
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে
National-International

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026
50
Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়
National-International

Delhi rape cases : অপৰাধীক ভয় অনুভৱ কৰাব লাগিব, দিল্লীৰ দলবদ্ধ ধৰ্ষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়

October 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

Death of Neelambar Rongpi : বিশিষ্ট লেখক, কবি নীলাম্বৰ ৰংপিৰ দেহাৱসান

October 5, 2026
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

October 5, 2026
SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

SC on form 6 : নতুন ভোটাৰৰ বাবে ফৰ্ম-৬ সলনি কৰাত অনুমোদন নিদিলে উচ্চতম ন্যায়ালয়ে

October 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d