ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাদাৰ বৃদ্ধাবাসত যুৱ সাংবাদিক মঞ্চৰ আন্তৰ্জাতিক নাৰী দিৱস:সুস্থ সমাজৰ বাবে পুৰুষ-নাৰী গুৰুত্ব সমান-এগৰাকী আইতাৰ ভাষ্য

ASSAM TIMES POST by ASSAM TIMES POST
March 8, 2020
Reading Time: 1 min read
A A
0
মাদাৰ বৃদ্ধাবাসত যুৱ সাংবাদিক মঞ্চৰ আন্তৰ্জাতিক নাৰী দিৱস:সুস্থ সমাজৰ বাবে পুৰুষ-নাৰী গুৰুত্ব সমান-এগৰাকী আইতাৰ ভাষ্য

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST 

RELATED POSTS

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

নিউজ ডেস্ক

যুৱ সাংবাদিক মঞ্চ পঞ্চম বর্ষপূৰ্তি লগতে আন্তৰ্জাতিক নাৰী দিৱস বিশেষ দিনটোত মহানগৰীৰ সিজুবাৰী স্থিত মাদাৰ বৃদ্ধাবাসত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠান।অনুষ্ঠানৰ আৰম্ভণিতে বৃদ্ধাবাসৰ আইতা সকলৰ লগত নাৰী দিৱসৰ কে’ক কাটি উদযাপন কৰা হয় নাৰী দিৱস।

বৃদ্ধাৱাসৰ ১০৫ বছৰীয়া আইতা শুভদ্ৰা দেৱীয়ে যুৱ সাংবাদিক মঞ্চ নাৰী দিৱসৰ বিশেষ কে’ক কাটে। অনুষ্ঠানত যুৱ সাংবাদিক মঞ্চৰ হৈ সভানেত্ৰী নিপা কাকতি যুটীয়া সাধাৰণ সম্পাদক দিব্যজ্যেতি দাসৰ লগতে একাংশ সদস্য সকল উপস্থিত থাকে। নাৰী দিৱসৰ কে’ক কাটি আইতা শুভদ্ৰা দেৱীয়ে কয় ” ভাল লাগিছে অনুষ্ঠান সমূহ, আগলৈও নতুন প্ৰজন্মই এই সমূহ ভাল কাম কৰক তাৰ বাবে যুৱ সাংবাদিক সকলে নতুন প্ৰজন্মক আগ্ৰহী কৰিবলৈ চেষ্টা কৰিব।

WhatsApp Image 2020 03 08 at 8.16.54 PM | ASSAM TIMES POST

নাৰী দিৱস আমিও কৰিছো কিন্তু এতিয়াহে বুঢ়ী হলো”। নাৰী দিৱসৰ গুৰুত্বতা উল্লেখ কৰি আইতাই কয় “নাৰী যি যাতনা পাব লাগে পাই আহিলো গোটেই খিনি সুখ-দুখ সকলো।নাৰী সকলক অৱহেলা নকৰি।নাৰী পুৰুষেহে এখন সংসাৰ ৷ অকল পুৰুষে সংসাৰ কৰিব নোৱাৰে ঠিক একেদৰে নাৰীয়েও অকলে সংসাৰ কৰিব নোৱাৰে।

নাৰী পুৰুষৰ বুজা-বুজিয়েহে এখন সুস্থ সমাজ সৃষ্টি কৰিব” ইফালে যুৱ সাংবাদিক মঞ্চ মহিলা সাংবাদিক সকলক বৃদ্ধাৱাস কতৃপক্ষই নাৰী দিৱস উপলক্ষে সম্বৰ্ধনা জনাই।আইতা সকলৰ নাম প্ৰসংগৰে মুখৰিত হৈ পৰে সমগ্ৰ অনুষ্ঠানটো। যুৱ সাংবাদিক মঞ্চৰ লগতে মচফীকা ওমেনছ ৱেলফেৰা চচাইটিৰ উদ্যোগতো নাৰী দিৱস উদযাপন কৰা হয়।তেখেত সকলে বৃদ্ধাবাসৰ আবাসী সকলক চাদৰ বিতৰন, কেক আদি বিতৰন কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day
Assam

Guwahati CP Mahanta’s Urgent Call on World Anti-Child Labour Day

by Staff Reporter
June 12, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?
Assam

Sushmita Dev Quit TMC : সুস্মিতা দেৱৰ গেৰুৱা পথৰ আঁৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেকি?

by News Desk
June 10, 2026
50
Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized
Assam

Dibrugarh Man Detained Over Suspected Cattle Theft, Luxury SUV Seized

by Staff Reporter
June 9, 2026
50
Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win
Assam

Assam CM Hails Release of 15 Pygmy Hogs into Manas Park — Major Win

by Staff Reporter
June 9, 2026
50
Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে
Assam

Assam Cabinet Ministers : অসম মন্ত্ৰীসভাত কোনে কি বিভাগ লাভ কৰিলে

by News Desk
June 8, 2026
50
ADVERTISEMENT
Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন
National-International

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
50
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে
National-International

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
50
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান
National-International

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026
50
Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ
National-International

Indian vassel attacked : ভাৰতীয় নৌসেনাৰ জাহাজত আক্ৰমণ, আমেৰিকাৰ কূটনীতিবিদক পুনৰ তলৱ দিল্লীৰ

June 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rajya Sabha Elections 2026 : ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ নেত্ৰী মীনাক্ষী নটৰাজন

Rajya Sabha Election : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে মীনাক্ষী নটৰাজনৰ প্ৰাৰ্থিত্ব বাতিলৰ বিৰুদ্ধে আবেদন

June 12, 2026
TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

TMC crisis : নেতা হেৰুওৱাৰ পিছত এইবাৰ কাৰ্যালয়ো হেৰুৱাব ওলাইছে মমতাৰ তৃণমূলে

June 12, 2026
Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

Two soldiers injured in explosion : প্ৰশিক্ষণৰ সময়ত পুঞ্চৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত ভয়ংকৰ বিস্ফোৰণ : আহত ২ জোৱান

June 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx