ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

নিউজ ডেস্কঃ

News Desk by News Desk
October 6, 2026
Reading Time: 1 min read
A A
0
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

RELATED POSTS

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

New Logo Smal 2 | ASSAM TIMES POST

কৃষি বিভাগৰ জৰীপ চলাবলৈ যোৱা জৰীপকাৰ (Surveyor)ক শিশু অপহৰণকাৰী আৰু সোপাধৰাৰ সন্দেহত বান্ধি গুৰুলাগুৰুলকৈ মাৰপিট কৰাৰ অভিযোগ এদল উন্মাদ লোকৰ বিৰুদ্ধে। যোৱা ৪ অক্টোবৰত গোলাঘাট কৃষি বিভাগৰ অধীনস্থ দলৌজান (Doloujan of Golaghat) ৱাৰ্ডত জৰীপ চলাবলৈ যোৱা সময়ত আদিত্য দত্ত (Aditya Dutta) নামৰ জৰীপকাৰজনে অচিনাকী ঠাইসমূহ চিনি পাবৰ বাবে সহায় লৈছিল স্থানীয় তিনিটা শিশু-কিশোৰৰ। প্ৰথমে তিনি শিশু কিশোৰৰ লগত স্থানীয় বিপিন হাজৰিকাৰ ঘৰলৈ যায়। হাজৰিকাৰ ঘৰৰ পৰা মাটি জৰীপ কৰিবলৈ যাওঁতে লগত শিশু কিশোৰ তিনিওটাও ওলাল।

gola | ASSAM TIMES POST
গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

শিশু কিশোৰৰ লগত খোজকাঢ়ি গৈ থকা অৱস্থাত স্থানীয় কোনো লোকে শিশু অপহৰণকাৰীৰ অভিযোগ তুলি হুলস্থুল কৰি আদিত্য দত্তক কৰায়ত্ব কৰি পঘাৰে বান্ধি লয়। আৰু তাৰ পাছত কোনো বাচ বিচাৰ নোহোৱাকৈ সোপাধৰাৰ অন্ধবিশ্বাসত মত্ত উন্মাদ একাংশ লোকে উপৰ্যুপৰি প্ৰহাৰ কৰে জৰীপকাৰ আদিত্য দত্তক। অৱশেষত খবৰটো বিয়পি পৰাত যুৱকজনৰ আত্মীয় আৰু গাঁওৰক্ষী বাহিনীয়ে ফৰকাটিং আৰক্ষীৰ সহায়ত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে যুৱকজনক। গুৰুতৰভাৱে আহত যুৱকজন বৰ্তমান চিকিৎসাধীন গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত। ঘটনা সন্দৰ্ভত ফৰকাটিং আৰক্ষী থানাত এজাহাৰ দিয়ে ভোক্তভোগী আদিত্য দত্ত‌ই। ঘটনাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমকো বিপথে পৰিচালিত কৰাৰ অভিযোগ একাংশ লোকৰ বিৰুদ্ধে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GolaghatMoralpolicing
Share4Tweet3Send

Related Posts

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী
Assam

Drugs : ৬ টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সৈতে গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ী

by News Desk
October 6, 2026
50
নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল
Assam

নগাঁও লোকসভা সমষ্টি উপ নিৰ্বাচনত ই ভি এম বিকল

by News Desk
October 6, 2026
50
Silchar Municipal Corporation : আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন
Assam

শিলচৰ পৌৰনিগম ভোট গণনা আৰম্ভ

by News Desk
October 6, 2026
50
Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ
Assam

Bye poll 2026 : নগাঁও লোকসভাকে ধৰি দেশৰ ৩ ৰাজ্যৰ ৫ বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ

by News Desk
October 6, 2026
50
Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট
Assam

Loot : চৰকাৰী বিনামূলীয়া চাউল ঘৰলৈ যোৱা অৱস্থাত মহিলাক লুট

by News Desk
October 5, 2026
51
Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ
Assam

Protest : উত্তপ্ত ডিমৰীয়াৰ লালমাটি : প্ৰতিবাদী জনগোষ্ঠীয় জনতাক বাধা আৰক্ষী প্ৰশাসনৰ

by News Desk
October 5, 2026
51
ADVERTISEMENT
Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত
Guwahati

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

October 6, 2026
50
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা
Assam

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

October 6, 2026
50
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে
National-International

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

October 6, 2026
50
SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ
National-International

SIR row : এছআইআৰ প্ৰক্ৰিয়াক লৈ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ মন্তব্যক এক্তিয়াৰ বাহিৰত বুলি উল্লেখ প্ৰাক্তন মুখ্য ন্যায়াধীশ গাভাইৰ

October 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

Guwahati police : গুৱাহাটী হোমষ্টে কাণ্ডৰ মূল অভিযুক্ত আচিক আলী আৰক্ষীৰ গুলীত আহত

October 6, 2026
Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

Moral policing : গোলাঘাটৰ দলৌজানত চাঞ্চল্যকৰ মৰেল পুলিচিংৰ ঘটনা

October 6, 2026
Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

Delhi Police controversy : যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়াৰ পদোন্নতি স্থগিত কৰিলে দিল্লী চৰকাৰে

October 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d