ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

News Desk by News Desk
October 12, 2026
Reading Time: 1 min read
A A
0
Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

RELATED POSTS

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

New Logo Smal 2 | ASSAM TIMES POST

নিউজ ডেস্কঃ

পুৱাই কলিয়াবৰৰ মিছাত ভয়ংকৰ পথ দুৰ্ঘটনা। আলট্ৰা বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। কম-বেছি পৰিমাণে আহত প্ৰায় ২০ গৰাকী যাত্ৰী। কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় পথৰ ওপৰত থকা উৰণীয়া সেতুখনৰ বাবেই সংঘটিত এই ভয়াৱহ দুৰ্ঘটনা। কলিয়াবৰৰ তিনিআলিত থকা উৰণীয়া সেতুত যোৰহাট দিশৰ পৰা অহা বাহনৰ বাবে সঠিক সাংকেতিক চিহ্ন নথকাৰ বাবেই এই ঘটনা সংঘটিত হয়।

চৰাইদেউ জিলাৰ টিফুক বৰ নামঘৰৰ পৰা বৰদোৱা থানলৈ আহিছিল চল্লিছজনকৈ যাত্ৰী। উৰণীয়া সেতুৰ তলেৰে বাচখন নাহি উপৰেৰে আহি মিছালৈকে ভুল দিশেৰেই আহি দুৰ্ঘটনাটো সংঘটিত হয়। ফলত বাছখনৰ প্ৰায় সকলো যাত্ৰী কম-বেছি পৰিমাণে আহত হয়। আহত যাত্ৰীসকলক জখলাবন্ধাস্থিত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Kaliaboraccident
Share4Tweet3Send

Related Posts

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

by News Desk
October 12, 2026
50
BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪
Assam

BSF bus accident : বৰপেটাত ট্ৰাকৰ সৈতে বিএছএফৰ বাছৰ সংঘৰ্ষ; বাছচালকৰ মৃত্যু, সংকটজনক ১৪

by News Desk
October 9, 2026
52
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য

by News Desk
October 8, 2026
52
Assam Nagaland border tense : অসম-নাগালেণ্ড সীমান্তত নগা উগ্ৰপন্থীৰ সন্ত্ৰাস, অপহৃত ব্যৱসায়ীক উদ্ধাৰ

58
Mahesh Brahma death : কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনা : হাগ্ৰামাৰ ঘনিষ্ঠ মহেশ ব্ৰহ্মৰ মৃতদেহ উদ্ধাৰ

Nagaon bye poll : নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৬ শতাংশ ভোটদান, শান্তিপূৰ্ণভাৱে সমাপ্ত ভোটগ্ৰহণ

October 6, 2026
54
ADVERTISEMENT
Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা
National-International

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
50
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ
National-International

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

October 12, 2026
50
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

October 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

Hormuz ship attack : হৰমুজত ভাৰতীয় নাৱিক কঢ়িয়াই নিয়া জাহাজত আক্ৰমণৰ ঘটনাক ভাৰতৰ গৰিহণা

October 12, 2026
Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

Metro murder : মেট্ৰ’ৰ আসনক লৈ কাজিয়াত যাত্ৰীৰ মৃত্যু, দিল্লীত গ্ৰেপ্তাৰ পুত্ৰসহ প্ৰাক্তন আইএএছ বিষয়া

October 12, 2026
CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

CEC row : উচ্চতম ন্যায়ালয়ক ৰাজনীতিৰ মাজলৈ টানি অনা উচিত নহয়, মুখ্য ন্যায়াধীশ

October 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d