ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মৰিগাঁৱত “ডাকোৱাল দ্যা পষ্টমেন” মঞ্চস্থ আৰু সম্বৰ্দ্ধনা অনুষ্ঠানঃনাট্যকৰ্মী, বিশিষ্টা নাৰীক সম্বৰ্দ্ধনা

ASSAM TIMES POST by ASSAM TIMES POST
March 9, 2020
Reading Time: 1 min read
A A
0
মৰিগাঁৱত “ডাকোৱাল দ্যা পষ্টমেন” মঞ্চস্থ আৰু সম্বৰ্দ্ধনা অনুষ্ঠানঃনাট্যকৰ্মী, বিশিষ্টা নাৰীক সম্বৰ্দ্ধনা

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

মৰিগাঁৱৰ পৰা অজন্তা তালুকদাৰঃ

যোৱা ৮ মাৰ্চত মৰিগাঁও জিলা পুথিভঁড়ালত সফল মঞ্চস্থ হৈ যায় অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী মৰিগাঁৱৰ লালিলাং দ্যা থিয়েটাৰ ৰিডমৰ দশম নাট প্ৰযোজনা “ডাকোৱাল দ্যা পষ্টমেন” পূৰ্ণাংগ নাটৰ।

কবি, নাট্যকাৰ-পৰিচালক জ্যোতিপ্ৰসাদ ভূঞাৰ ৰচনা আৰু আঁশীৰ দশকত এক নতুন নাট্যান্দোলনেৰে অসমৰ এমেচাৰ নাটকক নতুন গতিৰে প্ৰৱাহিত কৰোৱা ৰফিকুল হোছেইনৰ পৰিচালনাত মঞ্চায়ন হোৱা কাব্য-নাটখনিয়ে প্ৰেক্ষাগৃহ ভৰ্তি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়।

87063025 2a62 4cf5 b224 94b8caf1d54b | ASSAM TIMES POST

মৰিগাঁৱৰ প্ৰবীণ-নৱীন শিল্পীৰ সমাহাৰ ঘটা নাটখনিৰ মূল চৰিত্ৰত হৃষিকেশ কৌশিক, জ্যোৎস্না বসুমতাৰী , অংকিতা বৰা, ৰোহিণী কুমাৰ ডেকাৰ লগতে লগতে আন আন চৰিত্ৰত সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰে ক্ৰমে মানস হাজৰিকা, বোকাখাতৰ আমন্ত্ৰিত শিল্পী অজন্তা তালুকদাৰ, শিৱৰাজ দেৱনাথ, দিৱস প্ৰতীম দাস, ৰাজিকুল আহমেদ (দুলাল), ৰিণ্টুমনি দাস, ভাস্কৰ নাথ, ৰিচামনি কাকতি, অলকানন্দ কাকতি, চয়নিকা শইকীয়া, জ্যোতিস্মিতা শৰ্মা, শিশু শিল্পীদ্বয় প্ৰতীক্ষা ডেকা আৰু ফাৰিহা ৰাব্বানিয়ে।

10790375 1453 42de bfd5 060cf7fd99a1 e1583765041580 | ASSAM TIMES POST

3f15161e 3653 4d3a bd46 63d47b83fcb2 e1583765112810 | ASSAM TIMES POST

নাটখনিৰ সংগীত শংকৰ মহন্তৰ, পোহৰ মিতুল বৰকাকতিৰ, কলা নিৰ্দেশনা ৰাজু দাসৰ আৰু ৰূপসজ্জাত আছে ক্ৰমে নৱনীতা শইকীয়া, ৰোহিনী ডেকা আৰু অজন্তা তালুকদাৰ।

অনুষ্ঠানতে মঞ্চস্থ হৈ যোৱা নাটখনিৰ নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞা, পৰিচালক ৰফিকুল হোছেইনৰ লগতে বিশ্ব নাৰীদিৱসৰ সৈতে সংগতি ৰাখি মৰিগাঁও লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন উপ সভানেত্ৰী চন্দ্ৰলেখা লাহন, মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা জ্যোতিৰ্ময়ী হাজৰিকাক ভিন্ন সময়ত মৰিগাঁৱৰ শৈক্ষিক, সাংস্কৃতিক আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৰিহণাৰ বাবে একোখনিকৈ ফুলাম গামোচা , সম্বৰ্দ্ধনা পত্ৰ আৰু একোটিকৈ ফুলৰ তোৰাৰে লালিলাং দ্যা থিয়েটাৰ ৰিদমৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয়। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে নাট্যগোষ্ঠীটোৰ সম্পাদক জ্ঞানমোহন ডেকাই।

Tags: Featured2
Share4Tweet3Send

Related Posts

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

by Staff Reporter
July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
ADVERTISEMENT
Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ
Assam

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
50
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

Samuguri murder । চামগুৰিৰ ভোমোৰাগুৰিত হত্যাকাণ্ড : ঘাটকৰ দাৰ ঘাপত নিহত পত্নী, আহত মাতৃ

July 10, 2026
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx