ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

নিউজ ডেস্কঃ

News Desk by News Desk
October 16, 2026
Reading Time: 1 min read
A A
0
Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

RELATED POSTS

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

New Logo Smal | ASSAM TIMES POST

শিলচৰৰ চেণ্ট্ৰেল ৰোডত (Central Road, Silchar) চুৰিৰ অভিযোগত (Accusation of theft) এগৰাকী নাবালক শিশুক মাৰপিট (Hit the minor child) কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে চহৰজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। শিশুটিক মাৰপিট কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে ঘটনাটোক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সামাজিক মাধ্যমত প্ৰচাৰিত তথ্য অনুসৰি, দিনৰ ভাগত চুৰি কৰাৰ অভিযোগত অঞ্চলটোৰ একাংশ লোকে শিশুটিক আটক কৰে। অভিযোগ অনুসৰি, শিশুটিক আৰক্ষীৰ হাতত গতাই দিয়াৰ পৰিৱৰ্তে একাংশ লোকে ৰাজপথতে মাৰপিট কৰে।

silchar 1 | ASSAM TIMES POST
শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট

এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া মৰেল পুলিচিংক লৈ প্ৰশ্ন উত্থাপন হৈছে। চুৰিৰ অভিযোগ থাকিলেও আইন নিজৰ হাতত তুলি লৈ এগৰাকী নাবালক শিশুক ৰাজপথত মাৰপিট কৰাৰ অধিকাৰ কাৰো আছেনে? ঘটনাটোক লৈ সামাজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে একাংশ লোকে।

অৱশ্যে, ঘটনাটোৰ প্ৰকৃত সত্যতা আৰু সম্পূৰ্ণ তথ্য এতিয়াও স্পষ্ট হোৱা নাই। ভাইৰেল ভিডিঅ’টোক কেন্দ্ৰ কৰি শিলচৰত ব্যাপক চৰ্চা অব্যাহত আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Silchar
Share4Tweet3Send

Related Posts

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা
Assam

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

by News Desk
October 13, 2026
54
Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান
Assam

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

by News Desk
October 13, 2026
53
Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক
Assam

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

by News Desk
October 13, 2026
55
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

by News Desk
October 13, 2026
52
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

by News Desk
October 12, 2026
55
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
62
ADVERTISEMENT
Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী
Guwahati

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

October 16, 2026
50
Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!
Assam

Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

October 16, 2026
50
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ
National-International

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

October 16, 2026
50
Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ
Guwahati

Ghy Heroin seized : গুৱাহাটীত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান, ছজন গ্ৰেপ্তাৰ

October 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

Guwahati : মহানগৰীত মিঠাইৰ দোকানত চুৰি কৰি ৰঙাঘৰৰ আলহী

October 16, 2026
Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

Central Road, Silchar : শিলচৰৰ চেণ্ট্ৰেল ৰোডত চুৰিৰ অভিযোগত নাবালকক মাৰপিট!

October 16, 2026
CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

CJP protest : চিজেপিৰ প্ৰতিবাদৰ আহ্বান, দিল্লীৰ চেণ্ট্ৰেল পাৰ্ক দুদিনৰ বাবে বন্ধ

October 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d