ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

নিউজ ডেস্কঃ

News Desk by News Desk
October 13, 2026
Reading Time: 1 min read
A A
0
Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

RELATED POSTS

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

New Logo Smal 2 | ASSAM TIMES POST

সোণাৰিৰ (Sonari) সাপেখাতীত মাৰণাস্ত্ৰসহ এজন যুৱকক আটক (Youth arrested with firearm) ভাৰতীয় সেনাৰ৷ যুৱকজনৰ পৰা .৩২ এটি ৰিভলভাৰসহ পাচঁটাকৈ সজীৱ গুলি উদ্ধাৰ৷ আটকাধীন যুৱকজন ৰহন চাংমাই গাঁৱৰ কৃষ্ণমণি বৰগোহাঁই (Krishnmani Borgohain)৷

যুৱকজন দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্য্যকলাপৰ সৈতে জড়িত থকাৰ সন্দেহ। যুৱকজনক ভাৰতীয় সেনাৰ ডাঙৰীকুমাৰস্থিত সেনা ছাউনিৰ এটি সেনাৰ দলে সাপেখাতী গোদাম চাৰিআলিৰ পৰা আটক কৰে৷ যুৱকজনৰ পৰা মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ লগতে যুৱকজনে ব্যৱহাৰ কৰা AS06-AR 5872 নম্বৰৰ এখন মাৰুতি অল্টো K10 গাড়ী জব্দ কৰে৷ যুৱকজনক ইতিমধ্যে সেনাই সাপেখাতী আৰক্ষীক চমজাইছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Sonari
Share4Tweet3Send

Related Posts

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা
Assam

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

by News Desk
October 13, 2026
50
Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান
Assam

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

by News Desk
October 13, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

by News Desk
October 13, 2026
50
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

by News Desk
October 12, 2026
51
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
55
Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা
Assam

Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

by News Desk
October 12, 2026
57
ADVERTISEMENT
Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ
National-International

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
50
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা
National-International

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

October 13, 2026
50
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
50
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

Delhi protest : আৰক্ষীৰ গাড়ীত মাৰপিট, যৌনাংগত গোৰ, কাঢ়ি লৈ যোৱা হ’ল ফোন; দিল্লীৰ মহিলা প্ৰতিবাদকাৰীৰ অভিযোগ

October 13, 2026
Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

Jharkhand double murder : পূজা কৰিবলৈ তান্ত্ৰিক মাতি শুই থকা দুই ভগ্নীক কুঠাৰেৰে হত্যা

October 13, 2026
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d