ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱত একেদিনাই প্ৰধান মন্ত্ৰী আৱাসগৃহ গ্ৰামীণ আচঁনিৰ ২৫০ টা আৱাসগৃহ উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ

ASSAM TIMES POST by ASSAM TIMES POST
March 10, 2020
Reading Time: 1 min read
A A
0
নগাঁৱত একেদিনাই প্ৰধান মন্ত্ৰী আৱাসগৃহ গ্ৰামীণ আচঁনিৰ ২৫০ টা আৱাসগৃহ উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

বিজেপি চৰকাৰে সমাজৰ সকলো শ্ৰেণী লোকৰ

উন্নয়নত মনোনিবেশ কৰি আহিছে : বিধায়ক ৰূপক শৰ্মা

নগাঁও : নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত খাগৰিজান উন্নয়ন খন্ডৰ অধীনস্থ লাওগাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাসগৃহ গ্ৰামীণ আচঁনিৰ অধীনত নিৰ্মাণ কৰি উলিওৱা ২৫০ টা আৱাসগৃহৰ কালি শুভ উদ্ধোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

বিধায়ক শৰ্মাই একেদিনাই পঞ্চায়তটোৰ ২৫০ টা আৱাসগৃহৰ উদ্ধোধন কৰাৰ লগতে পঞ্চায়তটোৰ চান্দমাৰী গড়কাপ্তানি পথৰ পৰা চহিদুল ইছলামৰ ঘৰ আৰু চান্দমাৰী গড়কাপ্তানি পথৰ পৰা আনিছুৰ মাষ্টৰৰ বাসগৃহ লৈকে ৪০০ মিটাৰ চি চি ব্লক পথৰ নিৰ্মাণ কামৰ উদ্বোধন কৰে ।

ইয়াৰ উপৰি ইটাপাৰা প্ৰাথমিক বিদ্যালয় চৌহদৰ প্ৰবেশ দ্বাৰ সহ পকী দেৱাল আৰু বেলতলি বজাৰ গৃহৰো শুভ উদ্ধোধন কৰে। আৱাসগৃহ ,পথ নিৰ্মাণ , পকী দেৱাল ,বজাৰ গৃহ আদি উদ্ধোধন কৰি দিয়া ভাষণত বিধায়ক শৰ্মাই বিজেপি চৰকাৰে সমাজৰ সকলো শ্ৰেণীলোকৰ উন্নয়নত মনোনিবেশ কৰি আহিছে বুলি মন্তব্য কৰে।

প্ৰধান মন্ত্ৰী আৱাস গৃহ গ্ৰামীণ আচঁনিৰ অধীনত আৱাসগৃহ লাভ কৰা আৰ্থিকভাৱে দুৰ্বল গ্ৰামাঞ্চলৰ হিতাধিকাৰীসকল যথেষ্ট উপকৃত হব বুলি বিধায়ক গৰাকীয়ে আশা প্ৰকাশ কৰে । উদ্ধোধনী অনুষ্ঠানত খাগৰিজান উন্নয়ন খন্ডৰ খন্ড উন্নয়ন বিযয়া শেৱালি চক্ৰৱৰ্তী, ভকতগাঁ‌ও জিলা পৰিষদৰ সভাপতি ওৱাজিউল্লা কবিৰ,পঞ্চায়তৰ সভাপতি ৰফিকুল ইচলামৰ লগতে পঞ্চায়তৰ কৰ্মী সকল উপস্থিত থাকে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

by Staff Reporter
July 10, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
ADVERTISEMENT
Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
50
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত
National-International

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
50
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ
Assam

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026
50
Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক
National-International

Daughter killed Mother : ১০ কোটিৰ সম্পত্তিৰ লোভত কন্যাই হত্যা কৰিলে মাতৃক

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

Modi Australia visit I অষ্ট্ৰেলিয়াৰ সামাজিক মাধ্যমৰ নীতিক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

July 10, 2026
Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

Delhi flood I গাজিয়াবাদ-দিল্লীত বৰষুণে কাঢ়িলে দুই শিশুৰ প্ৰাণ, পথত ভূমিস্খলনত যাতায়াত ব্যাহত

July 10, 2026
Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

Bokoliaghat accident । বকলীয়াঘাটত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটাৰ আৰোহীৰ

July 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx