ASSAM TIMES POST
গুৱাহাটী প্ৰেছক্লাৱৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী সকল ৷ কোন কিমান ভোটত জয়পৰাজয় হ’ল ৷ তলত তালিকাখন দিয়া হৈছে ৷
#সভাপতি
১)মনোজ নাথ (৪০৯ টা ভোট)জয়ী
২)অতুল্য মাধৱ গোস্বামী (৩৩০ টা ভোট)
(৭৯টা জয়ী)
#উপ_সভাপতি
১)ধনীৰাম কলিতা ৩২৭টা ভোট (জয়ী)
২)জোনজ্যোতি দত্ত বৰা ১৪৬টা
৩)ধিৰুমনি গগৈ ১৩৬
৪)চন্দ্ৰ বৰুৱা ৬২টা
৫)অসিম কুমাৰ বৰা ৬১টা
(১৮১টা ভোটত জয়ী)
#উপ_সভাপতি(মহিলাৰ বাবে সংৰক্ষিত)
১)মৌচুমী শৰ্মা বৰুৱা ২৮১ টা (জয়ী)
২)অৰুনিমা কলিতা ২৭৭
৩)চেমিম চুলতানা ১৭৬ টা
(#৪টা ভোটত জয়ী)
#সাধাৰন_সম্পাদক
১)সঞ্জয় ৰয় (৪০৪ টা ভোট(জয়ী)
২)পাৰ্থদেৱ গোস্বামী (২৮০ টা ভোট)
৩)অনিমেশ নাথ (৬৩ টা
(১২৪টা ভোটত জয়ী)
#সহ_সাধাৰন সম্পাদক
১)মনিন্দ্ৰ ডেকা ২৯২ টা ভোট(জয়ী)
২)প্ৰসান্ত কুমাৰ বৰুৱা ২৯০ টা
৩)দিব্যজ্যোতি ৰাভা (১৪৪ টা
(#২টা ভোটত জয়ী)
#সহ_সাধাৰন সম্পাদক(মহিলাৰ বাবে সংৰক্ষিত)
১)মনিশা কলিতা ৩০৪ টা ভোট(জয়ী)
২)ববিতা গগৈ (২৬০ টা
৩)নিপা কাকতি ১৬৮ টা
(৪৪টা ভোটত জয়ী)
#সাংগঠনিক_সম্পাদক
১)ৰাজু বৰুৱা (২০৯ টা ভোট(জয়ী)
২)সুস্মিতা গোস্বামী (১৭৬ টা
৩)দিপু কুমাৰ বৈৰাগী ( ১৩৭ টা
৪)জিতু তালুকদাৰ (১০০টা
৫)হেমাঙ্গ গোস্বামী (৪৭ টা
৬)অনুপ বৈশ্য (৭৪ টা
(৩৩টা ভোটত জয়ী)
#কোষাধ্ক্ষ্য
১)নয়ন প্ৰতিম শৰ্মা (৩৫৫ টা ভোট(জয়ী)
২)প্ৰশান্ত প্ৰতিম দত্ত (২৭০ টা
৩)মুকুট ৰয় (১০৬ টা
(৮৫টা ভোটত জয়ী)
#সাংকৃতিক সম্পাদক
১)পল্লৱী বৰা (২৭২ টা ভোট(জয়ী)
২)দীপক কুমাৰ বৰ্মন (২৪৪ টা
৩)চক্ৰপানী পৰস (১৪০ টা
৪)হেমন্ত শৰ্মা (৮১ টা
(২৮টা ভোটত জয়ী)
#খেল_সম্পাদক
১)ধীৰাজ হাজৰিকা (২৬৭টা ভোট(জয়ী)
২)বিদ্যুৎ কলিতা (২৩৫ টা
৩)প্ৰনৱজ্যোতি দত্ত (১৭০টা
৪)পিতাম্বৰ নেৱাৰ (৯৫টা
(৩২টা ভোটত জয়ী)













