ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2026
Reading Time: 1 min read
A A
0
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

লোহিত সাগৰত (Red Sea) ভাৰতীয় জাহাজ (Indian ship)ত হোৱা আক্ৰমণক গৰিহণা (Condemn the attack) দিছে নতুন দিল্লীয়ে (New Delhi)। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মঙলবাৰে য়েমেনৰ উপকূলত (Coast of Yemen) মালবাহী জাহাজখনত সংঘটিত আক্ৰমণ উদ্বেগজনক বুলি প্ৰকাশ কৰিছে। আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাতৰ মাজতে ভাৰতীয় জাহাজত কেইবাবাৰো আক্ৰমণ কৰা হৈছে। কেতিয়াবা আন দেশৰ জাহাজত থকা ভাৰতীয় নাৱিককো আক্ৰমণ কৰা হৈছে। মৃত্যুও হৈছে বহুতৰে। ভাৰতৰ মতে পশ্চিম এছিয়াৰ অঞ্চলটোত বাৰে বাৰে ঘটি থকা এনে ঘটনা বন্ধ হ’ব লাগিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই আক্ৰমণৰ বাতৰি প্ৰকাশ কৰিছে। নতুন দিল্লীৰ মতে, “উক্ত অঞ্চলত বাণিজ্যিক জাহাজক লক্ষ্য কৰি লোৱাটো বন্ধ কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সেই অঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় জলপথৰ মাজেৰে জাহাজসমূহে যাতে মুক্তভাৱে আৰু বাধাহীনভাৱে চলাচল কৰিব পাৰে, সেয়া অতি সোনকালে নিশ্চিত কৰিব লাগিব।” ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, বাণিজ্য চলি থকাটো প্ৰয়োজনীয়।

ship | ASSAM TIMES POST
লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

উল্লেখ্য যে লোহিত সাগৰৰ মাজেৰে পাৰ হৈ যাওঁতে এমএছভি ফৈজনুৰ আউলিয়া (Faize Noore Oliya MSV) নামৰ ভাৰতীয় মালবাহী জাহাজখন (Indian cargo ship)ক ক্ষেপণাস্ত্ৰই আক্ৰমণ (Missile attack) কৰে। এই আক্ৰমণৰ ফলত জাহাজখনৰ যথেষ্ট ক্ষতিসাধন হয়। ডুবিব আৰম্ভ কৰে। জাহাজখনত ১৪ জন নাৱিক আছিল। ইয়াৰে ১৩ জন ভাৰতীয়। জাহাজখনত আক্ৰমণৰ ফলত নাৱিকসকলো পানীত পৰি যায়। বিষয়টো লক্ষ্য কৰাৰ লগে লগে য়েমেনৰ ক’ষ্ট গাৰ্ডে উদ্ধাৰ অভিযান আৰম্ভ কৰে। সকলো নাৱিকক নিৰাপদে উদ্ধাৰ কৰা হয়।

আমেৰিকা আৰু ইৰাণৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা সমগ্ৰ পশ্চিম এছিয়াৰ আন্তঃৰাষ্ট্ৰীয় জলসীমা বিপজ্জনক হৈ পৰিছে। বিশেষকৈ হৰমুজ প্ৰণালীক লৈ সংকটৰ সৃষ্টি হৈছে। ইৰাণে আৰম্ভণিৰে পৰাই দাবী কৰি আহিছে যে হৰমুজৰ ওপৰত তেওঁলোকৰ অধিকাৰ আছে। গতিকে উক্ত প্ৰণালীৰ মাজেৰে কোনো জাহাজ পাৰ হ’লে তেওঁলোকে ‘টোল মাচুল’ দিব লাগিব। শেহতীয়া পৰিস্থিতি অনুসৰি তেহৰানে এতিয়াও হৰমুজৰ দখল বজাই ৰাখিছে। ইৰাণে দাবী কৰিছে যে তেওঁলোকৰ অনুমতি অবিহনে কোনো জাহাজ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’ব নোৱাৰে। লগতে কয় যে তেওঁলোকে ওমানৰ সৈতে হৰমুজৰ দখলৰ বিষয়ে কথা পাতিছে। কেৱল হৰমুজেই নহয়, লোহিত সাগৰ আৰু কৃষ্ণ সাগৰতো মালবাহী জাহাজক আক্ৰমণ কৰা হৈছে।

য়েমেনৰ সশস্ত্ৰ সংগঠন হুথীয়ে অঞ্চলটোৰ ছৌদি আৰৱৰ বন্দৰত লংগৰ পেলোৱা জাহাজত আক্ৰমণ চলাইছে। ছৌদি আৰৱৰ সৈতে দীৰ্ঘদিনীয়া সংঘাতৰ বাবে এই গোটটোৱে প্ৰায়ে লোহিত সাগৰৰ ফালে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। ছৌদি আৰৱেও প্ৰতিশোধ লয়। মঙলবাৰৰ আক্ৰমণৰ আঁৰত কোন জড়িত আছিল সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই।

Tags: Indianshipattack
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx