ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 4, 2026
Reading Time: 1 min read
A A
0
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

বিগত কেইবছৰমানৰ পৰা কোনো অজ্ঞাত ব্যক্তিৰ দ্বাৰা (By an unknown person) লস্কৰ-ই-তৈবাৰ (Lashkar-e-Taiba) সন্ত্ৰাসবাদীৰ ইজনৰ পিছত সিজনক হত্যা (Kill the terrorists) কৰা হৈছে। সেই কথা মানি লৈছে সন্ত্ৰাসবাদী নেতা ৰিজৱান হানিফে (Rizwan Hanif)। তেওঁৰ দাবী, বিগত ৩-৪ বছৰত প্ৰায় ৩০ জন লস্কৰ সন্ত্ৰাসবাদী নিহত হৈছে। কিন্তু পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনটোৱে এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছে সেয়া এতিয়াও জানিব পৰা নাই।

শেহতীয়াকৈ ৰিজৱানৰ ভাষণৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। অৱশ্যে ভিডিঅ’টো কেতিয়া ৰেকৰ্ডিং কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাই। ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি, হয়তো সেইটো মে’ মাহত ৰেকৰ্ডিং কৰিছিল। ৰিজৱানে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰৰ সমৰ্থকৰ উদ্দেশ্যে বক্তব্য ৰাখি ৩০ জন লস্কৰ সন্ত্ৰাসবাদীৰ মৃত্যুৰ কথা স্বীকাৰ কৰে। বিগত কেইবছৰমানৰ পৰা লস্কৰে নিজৰ লোকচানৰ বিষয়ে ৰাজহুৱা কৰা তথ্যৰ ভিতৰত এইটো এটা ডাঙৰ স্বীকাৰোক্তি বুলি বিবেচিত হৈছে।

LeT | ASSAM TIMES POST
অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতা ৰিজৱান হানিফে

সমৰ্থকসকলক সম্বোধন কৰি ৰিজৱানে কয়, “যোৱা তিনি-চাৰি বছৰত আমাৰ ৩০ জনতকৈ অধিক সতীৰ্থক হত্যা কৰা হৈছে।” তেওঁ দাবী কৰে যে পেছোৱাৰ, কৰাচী, ৰাৱালপিণ্ডি, মুজাফ্ফৰাবাদ, ৰাৱালকোটকে ধৰি পাকিস্তানৰ বিভিন্ন চহৰত লস্কৰৰ সদস্যক আক্ৰমণ কৰা হৈছে। এই অচিনাকি ব্যক্তিৰ হাতত ইজনৰ পিছত সিজনকৈ লস্কৰ সন্ত্ৰাসবাদীৰ মৃত্যুত ‘ভাৰতৰ হাত’ থাকিব পাৰে বুলিও দাবী কৰে লস্কৰ নেতাগৰাকীয়ে।

ৰিজৱানৰ ভাষণত পাক অধিকৃত কাশ্মীৰৰ বিষয়টোও উত্থাপন হয়। ভিডিঅ’টোত তেওঁ দাবী কৰিছে, “ভাৰতীয় চোৰাংচোৱাই আমাৰ মানুহক কাশ্মীৰত শান্তিৰে থাকিবলৈ নিদিয়ে।” ৰিজৱানে ভিডিঅ’টোত দাবী কৰিছে যে ভাৰতীয় এজেণ্টৰ দ্বাৰাই লস্কৰ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে। উল্লেখ্য যে পাকিস্তান চৰকাৰেও পূর্বে বিভিন্ন সময়ত পাকিস্তানৰ মাটিত হত্যাকাণ্ডৰ বাবে দিল্লীৰ ওপৰত প্রশ্ন উত্থাপন কৰি আহিছে৷ কিন্তু ভাৰতে আৰম্ভণিৰে পৰা এনে অভিযোগ অস্বীকাৰ কৰি আহিছে।

উল্লেখ্য যে যোৱা বছৰৰ এপ্ৰিল মাহত লাহোৰত কোনো অজ্ঞাত পৰিচয়ৰ ব্যক্তিয়ে লস্কৰৰ প্ৰতিষ্ঠাপক সন্ত্ৰাসবাদী সদস্য আমিৰ হামজাৰ ওপৰত গুলীচালনা কৰিছিল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হামজাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সেইদিনা লাহোৰৰ সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ সন্মুখত তেওঁক গুলী কৰা হৈছিল।

Tags: LashkareTaibaKill
Share4Tweet3Send

Related Posts

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

by News Desk
August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

by News Desk
August 4, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

by News Desk
August 3, 2026
50
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

by News Desk
August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

by News Desk
August 3, 2026
50
ADVERTISEMENT
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT