ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

নিউজ ডেস্কঃ

News Desk by News Desk
August 4, 2026
Reading Time: 1 min read
A A
0
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ মাজতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে লোকসভাত ‘ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট’ৰ (Indian Statistical Institute) (আই এছ আই) নাম সম্পূৰ্ণৰূপে সলনি কৰাৰ (name completely changed) বাবে এখন বিধেয়ক উত্থাপন (Raising a bill) কৰে। বুধবাৰে সংসদত এই বিধেয়কখনৰ ওপৰত বিতৰ্ক হ’ব বুলি কেন্দ্ৰই প্ৰকাশ কৰিছে।

১৯৩১ চনত স্থাপিত দেশৰ অন্যতম শ্ৰেষ্ঠ গৱেষণা আৰু শিক্ষানুষ্ঠানখনৰ মুখ্য কাৰ্যালয় কলকাতাৰ বাৰানগৰত। কিন্তু ভৱিষ্যতে এই মুখ্য কাৰ্যালয় তাতেই থাকিব নে নাই সেই লৈ আইএছআইৰ শিক্ষক, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আশংকা বিৰাজ কৰিছে। কাৰণ কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰালয়ৰ ‘দ্য ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট বিল’ত কলকাতাত মুখ্য কাৰ্যালয় ৰখাৰ কোনো উল্লেখ নাই। আইএছআইৰ শিক্ষক আৰু গৱেষকসকলে আশংকা কৰিছে যে মোদী চৰকাৰে এতিয়া আইআইটি, আইআইএম শৈলীৰ ব্যৱস্থাপনা ব্যৱস্থা আইএছআইত প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে। ফলত মুখ্য কার্যালয় কলকাতাত থাকিব নে নাথাকিব সেই সন্দর্ভত প্রশ্ন উত্থাপন হৈছে৷ কাৰণ ইমান দিনে আইএছআইৰ শিক্ষাবিদসকলে সংস্থাটো চলাইছিল।

এতিয়ালৈকে আইএছআইৰ গৱৰ্নিং কাউন্সিলত পৰিচালক আৰু অধ্যাপকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে অনা বিধেয়কখনত ডীনক আইএছআইৰ শাসকীয় সংস্থাত স্থান দিয়া হোৱা নাই।

ISI1 | ASSAM TIMES POST
আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

অৱশ্যে খচৰা বিধেয়কত তেওঁক শাসকীয় সংস্থাত স্থান দিয়া হৈছিল। নতুন বিধেয়কখন গৃহীত হ’লে শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ আমোলাসকলে আইএছআই নিয়ন্ত্ৰণ কৰিব বুলি অনুভৱ কৰিছে আইএছআইৰ শিক্ষকসকলে। ফলত স্বায়ত্ত শাসন খৰ্ব হ’ব। সোমবাৰে এই বিধেয়কখনৰ বিৰোধিতা কৰে তৃণমূলৰ সাংসদ সৌগাতা ৰায় আৰু প্ৰতিমা মণ্ডলে। আনহাতে, চিপিআই(এম)ৰ সাংসদ ৰাজা ৰাম সিঙে বিধেয়কখন যৌথ সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছে।

শনিবাৰে কলকাতাৰ প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত আইএছআইৰ শিক্ষকসকলে দাবী জনায় যে তেওঁলোকৰ লগত আলোচনা নকৰাকৈ এই বিধেয়কখন গৃহীত কৰিব নালাগে। তেওঁলোকে দাবী কৰে যে এই বিধেয়ক সন্দৰ্ভত সঞ্চালকৰ সৈতেও কোনো আলোচনা হোৱা নাছিল। যোৱা বছৰৰ পৰা কলকাতাৰ আইএছআই কেম্পাছত বাৰে বাৰে খচৰা বিধেয়কক লৈ আন্দোলন চলি আহিছে। ২০২৫ চনৰ আইএছআই বিধেয়ক বৰ্জনৰ আহ্বানো উত্থাপন কৰা হৈছিল ফেব্ৰুৱাৰী মাহত আইএছআইৰ সমাৱৰ্তন অনুষ্ঠানত কেন্দ্ৰৰ নিয়ন্ত্ৰণ আৰু ব্যক্তিগতকৰণ বন্ধ কৰিবলৈও আহ্বান জনাইছিল। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদৰ বেজ পিন্ধি পিএইচডি ডিগ্ৰী ল’বলৈ সমাৱৰ্তন মঞ্চলৈ উঠি আহিছিল।

ইয়াৰ ফলত শিক্ষা সমাজত এক আলোচনা আৰম্ভ হয়। দাবী কৰা হৈছিল যে কেন্দ্ৰই ১৯৫৯ চনৰ আইএছআই আইন বাতিলৰ উদ্যোগ লৈছে। সমাজ বা সংশ্লিষ্ট অংশীদাৰসকলৰ লগত আলোচনা নকৰাকৈয়ে আইএছআই বিধেয়ক, ২০২৫ৰ খচৰা প্ৰকাশ কৰিছে। লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে মোদী চৰকাৰে জৱাহৰলাল নেহৰুৰ যুগৰ আইএছআইক পৰিচালিত কৰা আইন বাতিল কৰি নতুন আইন আনিছে । কাৰণ আৰএছএছে নিজৰ মতাদৰ্শৰে নিজৰ পাঠ্যক্ৰম আৰু গৱেষণা নিয়ন্ত্ৰণ কৰিব বিচাৰে।

Tags: ISIbill
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx