ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

নিউজ ডেস্কঃ

News Desk by News Desk
August 3, 2026
Reading Time: 1 min read
A A
0
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

ধাৰাসাৰ বৰষুণৰ ফলত বিধ্বস্ত হৈ পৰিছে কেৰালা (Continuous rain in Kerala)। বৰষুণৰ দুৰ্যোগত পৰা ৰাজ্যখনত বিভিন্ন দুৰ্ঘটনাত ১৫ জন লোকৰ মৃত্যু (15 people died in the accident) হৈছে। এতিয়াও সন্ধানহীন হৈ আছে ৭ জন লোক (7 people missing)। সোমবাৰে মুখ্যমন্ত্ৰী ভি ডি সতীশনে এই তথ্য প্ৰদান কৰে। ভুক্তভোগীৰ সহায়ৰ বাবে ৰাজ্যজুৰি মুকলি কৰা হৈছে সাহায্য শিবিৰ। আনহাতে, অহা বৃহস্পতিবাৰলৈকে ৰাজ্যখনত প্ৰবল বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। ফলত পৰিস্থিতিৰ দ্ৰুত উন্নতিৰ সম্ভাৱনা নাই। সোমবাৰে কেৰালাৰ মুখ্যমন্ত্রী সতীশনে কয় যে বৰষুণৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে কোট্টায়াম জিলাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে। মৃতকৰ তালিকাত এটা শিশুও আছে। আনহাতে, পুঞ্জাত দুজন লোকৰ মৃত্যু হয়। ইফালে জলাশয়ত পৰি এচি শিশুৰ মৃত্যু হয়। একেদৰে এৰ্নাকুলামত দুজন আৰু মালাপ্পুৰমত ৭ জন লোকৰ মৃত্যু হয়। আন এঠাইৰ পৰা এজন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। ইয়াৰ উপৰি এতিয়াও ৭ জন লোক সন্ধানহীন হৈ আছে বুলিও কেৰালাৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

kerala | ASSAM TIMES POST
কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

ইফালে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে কেৰালা প্ৰশাসন। মুখ্যমন্ত্ৰীয়ে কয় যে সোমবাৰে পুৱালৈকে সমগ্ৰ ৰাজ্যত ৩১৬টা সাহায্য শিবিৰ মুকলি কৰা হৈছে। তাত আশ্ৰয় লৈছে ১১,০১৮জন গৃহহীন লোকে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে যে কেৰালাত ৬ আগষ্টলৈকে প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব। ইয়াৰ লগতে ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ বেগত ধুমুহা বতাহ বলিব পাৰে। সাগৰত ধুমুহাৰ গতিবেগ প্ৰতি ঘণ্টাত ৬০ কিলোমিটাৰ হ’ব পাৰে। প্ৰায় ২.৭ৰ পৰা ৩.৫ মিটাৰ উচ্চতাৰ বৃহৎ ঢৌৱে কেৰালাৰ উপকূলত খুন্দা মাৰিব পাৰে। ইয়াৰ বাবে কেৰালা-কৰ্ণাটক-লাক্ষাদ্বীপ উপকূলৰ কাষেৰে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।

Tags: Keralarainsdeathtoll
Share4Tweet3Send

Related Posts

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

by News Desk
August 3, 2026
50
India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ
National-International

India drugs cases : দেশত প্ৰায় ৪ লাখ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে, সকলো ৰাজ্যতে বিশেষ আদালত স্থাপনৰ আহ্বান কেন্দ্ৰৰ

by News Desk
August 3, 2026
50
Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল
National-International

Cockroach Janata Party : পঁইতাচোৰাৰ পৰৱৰ্তী কাৰ্যসূচী নিৰ্ধাৰণ কৰিবলৈ বৈঠকত মিলিত হ’ব শীৰ্ষ নেতাসকল

by News Desk
August 3, 2026
50
PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা
National-International

PM Modi : ক্ষণিকৰ নিচাই সমগ্ৰ জীৱন ধ্বংসৰ দিশলৈ ঠেলি দিব পাৰে, নিচাৰ পৰা আঁতৰি থাকিবলৈ যুৱ প্ৰজন্মলৈ মোদীৰ বাৰ্তা

by News Desk
August 3, 2026
50
PM Modi : অশ্লীল ভাষাৰে প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰা যুৱক-যুৱতীক নৈতিক শিক্ষা দি মোদীৰ ক্ষমা
National-International

Delhi protest : মোদীৰ ক্ষমা, প্ৰধানমন্ত্ৰীক লৈ মন্তব্য কৰা কিশোৰীৰ বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ দিল্লী আৰক্ষীৰ

by News Desk
August 3, 2026
50
Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু
National-International

Case against Meta : মোদীক লক্ষ্য কৰি বিকৃত পোষ্ট, হায়দৰাবাদত মেটা প্ৰধানৰ বিৰুদ্ধে গোচৰ ৰুজু

by News Desk
August 1, 2026
50
ADVERTISEMENT
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
50
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে
National-International

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026
50
Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭
National-International

Kerala rains death toll : কেৰালাত ধাৰাসাৰ বৰষুণত ১৫ জনৰ মৃত্যু, নিৰুদ্দেশ ৭

August 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

August 3, 2026
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

August 3, 2026
Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

Bihar rape case : ধৰ্ষণৰ অভিযোগকাৰী মহিলাক থু চেলেকালে পঞ্চায়তে

August 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx