ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং-

Staff Reporter by Staff Reporter
March 13, 2020
Reading Time: 1 min read
A A
0
সমীৰ বুঢ়াগোঁহাইৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবিঃ আৰম্ভ হৈছে চতিয়াত শ্বুটিং-

ইতিমধ্যে আৰম্ভ কৰা হৈছে আগন্তুক অসমীয়া ছবি “দাদা তুমি দুষ্ট বৰ” ৰ শ্বুটিং। ২৫-৩০ দিনীয়া কাৰ্যসূচীৰে চতিয়াত আৰম্ভ কৰা হৈছে উক্ত ছবিখনৰ শ্বুটিং। “কইনা মোৰ ধুনীয়া”, “হিয়াৰ দাপোনত তোমাৰেই ছবি”, “কাদম্বৰী”, “সৰু বোৱাৰী”, “ককা দেউতাৰ ঘৰ জোঁৱাই” কে ধৰি প্ৰায় ২০ খনতকৈ অধিক ছবিৰ কৰিঅ’গ্ৰাফাৰৰ দায়িত্বত থকা সমীৰ বৰগোঁহাইৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন হৈছে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। চলিত বৰ্ষত মুক্তিপাবলগীয়া ছবিসমূহৰ ভিতৰত উক্ত ছবিখনো অন্যতম বুলি ক’ব পৰা যায়। সমীৰ বুঢ়াগোঁহাইৰ কাহিনীৰে এই ছবিখন প্ৰযোজনা কৰিছে কে.এম.ৰহমানে। সৰুৰ পৰাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কে.এম.ৰহমান বৰ্তমান ইটানগৰৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী।

RELATED POSTS

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

WhatsApp Image 2020 03 12 at 14.09.21 | ASSAM TIMES POST

ইখনৰ পিছত সিখন অসমীয়া ছবি আৰম্ভণিৰ খবৰে আছলতে এতিয়া অসমীয়া চলচিত্ৰ প্ৰেমীৰ মনত জগাইছে নতুন আশাৰ। নতুন ছবি উপভোগ কৰাৰ উৎসাহো দেখিবলৈ পোৱা গৈছে দৰ্শকৰ মাজত। বিগত বছৰত মুক্তিপ্ৰাপ্ত “কাঞ্চনজংঘা”, “ৰত্নাকৰ” তথা “আমিষ” আছিল ২০১৯ বৰ্ষৰ সফল ছবিৰ উদাহৰণ। গতিকে, এনেক্ষেত্ৰত আগন্তুক সকলো অসমীয়া ছবিৰ সফলতাৰ আশা কৰিব পৰা যায়। উল্লেখ্য যে, ৰাজ্যিক চলচিত্ৰ বঁটা লাভ কৰা সমীৰ বুঢ়াগোঁহাইৰ এই ছবিখন “৩১ জুন”, “হিয়া দিয়া নিয়া” আৰু “মন যায়” ত অভিনীত তথা প্ৰযোজক পংকজ মহন্তৰ নিবেদনত নিৰ্মাণ কৰা হৈছে।

WhatsApp Image 2020 03 06 at 11.10.06 1 | ASSAM TIMES POST

ৰোমান্টিক কমেডী এই ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰকৰ দায়িত্ব আছে দেৱজিৎ সেনাপতি লগতে ছবিখনৰ সম্পাদনা কৰিব অসীম শৰ্মাই। আনহাতে, জুবিন গাৰ্গ, নীল আকাশকে ধৰি দীক্ষু, গায়ত্ৰী হাজৰিকা তথা চয়নিকা ভূঞাই ছবিখনৰ অন্তৰ্ভূক্ত গীতত কন্ঠদান কৰিছে আৰু ইয়াত সংগীত পৰিচালনা কৰিছে আলাপ দুদুল শইকীয়াই।

WhatsApp Image 2020 03 06 at 11.10.08 1 | ASSAM TIMES POST

কিশোৰ দাস আৰু আলিস্মিতা গোস্বামীয়ে উক্ত ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছে। লগতে, ছবিখনৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তনভী শৰ্মা, অৰূপ বৰা, পংকজ ইংতি, ৰিমঝিম শৰ্মা, অপৰ্ণা চৌধুৰী, জ্যোতি ভূঞা, দেৱানন্দ শইকীয়া, বিষ্ণু খাৰঘৰীয়াৰ লগতে আন কেইবাজনো ন-পূৰণি শিল্পীয়ে। অভিনেত্ৰী তনভী শৰ্মাই ইনষ্টাগ্ৰাম যোগে ষ্টেটাছ দি ছবিখনৰ শ্বুটিং আৰম্ভণিৰ খবৰ দৰ্শকক দিয়ে।

SOURCE:https://rupaliparda.com/archives/11350

Tags: Assamese CinemaAssamese Upcoming cinemaassamese upcoming film
Share4Tweet3Send

Related Posts

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized
Assam

Assam Drug Bust : 50,000 Yaba Tablets, Rs 12.5 crore Heroin Seized

by News Desk
August 1, 2026
50
Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন
Assam

Orunoday scheme I ১ আগষ্টত ৰাজ্যৰ প্ৰায় ৩৭ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন

by Staff Reporter
July 31, 2026
50
ADVERTISEMENT
Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে
National-International

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
50
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ
National-International

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
50
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ
National-International

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

Bangladesh Riot : গণ বিদ্ৰোহৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে হাছিনাৰ ভাৰ্চুৱেল বক্তৃতাক লৈ ভাৰতলৈ বাৰ্তা ঢাকাৰ, ব্যাখ্যা দিব লাগিব ভাৰতে

August 4, 2026
ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

ISI bill : আইএছআইৰ আন্তঃগাঁথনি সলনি কৰিবলৈ বিতৰ্কিত বিধেয়ক, সদনত বিৰোধী সাংসদৰ প্ৰতিবাদ

August 4, 2026
Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

Pak terrorist killed : অজ্ঞাত ব্যক্তিয়ে হত্যা কৰিলে ৩০ লস্কৰ সন্ত্ৰাসবাদী, স্বীকাৰ পাক সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাৰ

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx