ASSAM TIMES POST
নিউজ ডেস্ক:

ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসম বিধানসভাত মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰা, সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।













