ASSAM TIMES POST
নিউজ ডেস্ক: গুৱাহাটী ৰেল ষ্টেচনত জব্দ নিষিদ্ধ গাঞ্জসহ দুই সৰবৰাহকাৰী।আজি পুৱা নামনিমুৱা চৰকাৰীৰেল আৰক্ষীয়ে কামৰূপ এক্সপ্ৰেছৰ ডবা নং১৫৯৬০ৰ পৰা ১০টাকৈ গাঞ্জা পেকেট জব্দ কৰে।জব্দ কৰা গাঞ্জাখিনি ওজন ১৫ কেজি।

আনহাতে গাঞ্জা লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গাঞ্জা দুই সৰবৰাহকাৰী।ধৃত দুই সৰবৰাহকাৰী হৈছে ইছমাইল আলি আহমেদ ঘৰ পশ্চিম বংগ আৰু আলিক আহমেদ ঘৰ নগাঁও।
উল্লেখ যে নগাঁও পৰা কলিকতালৈ নিয়াৰ বাবে অনা হৈছিল গাঞ্জা খিনি।













