ASSAM TIMES POST
* কৰ’না বাবে বন্ধ ঘোষণা ৰাজ্য সকলো শিক্ষানুষ্ঠান। ২৯মার্চলৈকে বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়।
* বিদ্যালয়ৰ উপৰিও বন্ধ থাকিব সকলো ৰাজ্য সকলো ছবিগৃহ।
* বন্ধ থাকিব ৰাজ্যৰ জিম সমূহ। ১৬মার্চৰ পৰা কাৰ্যকৰী হব এই নিৰ্দেশনা।
* চুইমিং পুল সমূহৰো বন্ধ ঘোষণা।
* চিবিএছই আৰু চেবা বাহিৰে সকলো পৰীক্ষা বাতিল।
* ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ঘোষণা কৰিলে এই কথা।













