ASSAM TIMES POST
নিউজ ডেস্ক:

ক’ৰ’না বাবে বন্ধ থাকিব অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান।এই কথা জানিবলৈ দিছে অসম ৰাজ্যিক চিৰিয়াখানা কতিপক্ষই।ক’ৰনা প্ৰতিৰোধৰ সতৰ্কতা হিচাপে সোমবাৰৰ পৰা অহা ২৯মার্চ লৈ বন্ধ থাকিব চিৰিয়াখানা।
উল্লেখ অসম চৰকাৰে ইতিমধ্যে বিদ্যালয়-মহাবিদ্যালয় ঘোষণা কৰিছে বন্ধ।
বৰ্তমান ১৪৯খন দেশত সংক্ৰমণ হৈছে মহামাৰী ক’ৰনা ভাইৰাচ।













