ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বিটিচি নিৰ্বাচনক লৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ঘোষণা : ১৩ খনত কংগ্ৰেছ ৭ খনত এআইইউডিএফৰ প্ৰাৰ্থী

ASSAM TIMES POST by ASSAM TIMES POST
March 17, 2020
Reading Time: 1 min read
A A
0
বিটিচি নিৰ্বাচনক লৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ঘোষণা : ১৩ খনত কংগ্ৰেছ ৭ খনত এআইইউডিএফৰ প্ৰাৰ্থী

0 1 e1574345654996 6 1 2 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

গুৱাহাটী, ১৭ মাৰ্চঃ ৰাজ্যসভাত মিত্ৰতা পিছত এইবাৰ বিটিচি নিৰ্বাচনত যৌথভাৱে আগবাঢ়িব কংগ্ৰেছ-এআইইউডিএফ। বিটিচি পৰিষদীয় ৪০খন আসনৰ ২০খনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব দুই যৌথ শক্তিয়ে। ১৩খনত কংগ্ৰেছ ৭ খনত এআইইউডিএফে প্ৰদান কৰিব প্ৰাৰ্থীত্ব। এইকথা মংগলবাৰে দুয়োটা দলে যুটীয়াভাৱে এক সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে।

মহানগৰী হাটীগাঁও গ্ৰেণ্ড মেজিষ্টি হোটেলত সম্বোধন কৰা সংবাদমেলখনত উপস্থিত থাকি কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে কয়, “বিটিচিত আমাৰ সহায় অবিহনে নহয়, কোনো দলৰে চৰকাৰ নহয়। বিজেপি বাহিৰে যিসকল দলৰ সৈতে আমাৰ মতাদৰ্শ মিলে তেনে সকলো দলক চৰকাৰৰ গঠনত সহযোগ কৰা হ’ব”।

বিজেপিৰ ৰামধেনু সাতোৰং সদৃশ ঐক্য আজি ওলোটা হ’ল। ইতিমধ্যে ৰাভা-তিৱা কাউঞ্চিল শেষ হৈছে। মিছিংসকলৰ ৰনোজ পেগু আজি ৰং সলনি হৈছে। এইবাৰ বিজেপি টাৰ্গেত বিপিএফ বুলি উল্লেখ কৰি বড়োৱে কয়, “বিপিএফক ৰাজনৈতিক ড্ৰেগাৰ মাৰিলে”।

ইফালে, আজি সংবাদমেলতে এআইইউদিএফ দলে ঘোষণা কৰে ছয়জনীয় প্ৰথমখন প্ৰাৰ্থী তালিকা। সেই অনুসৰি ১নং পৰ্বত জুড়াত দিলীপ কুমাৰ ব্ৰহ্ম, ফকীৰাগ্ৰামত আনোৱাৰ হুছেইন, থৈৰীবাডী খলিলোৰ ৰহমান, ধনশ্ৰীত মিথাৰাম বসুমতাৰী, মধৈবাৰীত ৱাচিম আক্রাম চৌধুৰী অন্য এজন ফাৰহাদ হুছেইন। ইফালে, মানস চেফাংত প্ৰাৰ্থী ঘোষণা কৰিবলৈ এতিয়াও বাকী আছে।

আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। গুৰুত্বপূৰ্ণ কথা এই যে ক’ৰনা বাবে বিটিচি নিৰ্বাচনত প্ৰভাৱ পৰিব বুলি উল্লেখ কৰি দুৰ্গা দাস বড়োৱে কয়, “ৰাজ্য চৰকাৰে বিটিছি জনতা প্ৰতি দায়িত্ব ল’ব লাগে। যদি নিৰ্বাচন হয় আমি সহযোগ কৰিম কিন্তু কৰ’না বাবে যদি বিটিচিৰ জনসাধাৰণৰ প্ৰতি ভাবুকি আহে তেন্তে তাৰ বাবে দায়ী হ’ব চৰকাৰ”।

আনহাতে, দুয়োটা দলে চৰকাৰ গঠনৰ অংশীদাৰ হ’লে বড়ো-অবড়ো মাজত বিটিআৰে সৃষ্টি কৰা সংঘাত নিৰ্মূল কৰিম। বিভাজনৰ ৰাজনীতি শেষ কৰা হ’ব।

উল্লেখ যে, সংবাদমেলত উপস্থিত আছিল কংগ্ৰেছৰ ৱাজেদ আলি চৌধুৰী, এআইইউডিএফৰ আমিনুল ইছলাম, বাচিল চাহাব প্ৰমুখ্যে দুয়োটা দলৰ বহুকেইজন নেতা।

Tags: Featured
Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT