ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শনিবাৰৰ পৰা ৫০%কৰ্মচাৰী কাৰ্যালয় আহিলে হব:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ ঘোষণা

Staff Reporter by Staff Reporter
March 20, 2020
Reading Time: 1 min read
A A
0
শনিবাৰৰ পৰা ৫০%কৰ্মচাৰী কাৰ্যালয় আহিলে হব:মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ ঘোষণা

0 1 e1574345654996 6 1 2 2 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

নিউজ ডেস্ক:

WhatsApp Image 2020 03 20 at 17.24.54 | ASSAM TIMES POST

বিশ্বত্ৰাস কৰ’না ভাইৰাছক লৈ চিন্তিত ৰাজ্যবাসী।তাৰ মাজতে শুক্ৰবাৰে অসমবাসী ৰউদ্দেছ কৰি ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এক সংবাদ মেল।সংবাদ মেলত শৰ্মাই কয় “অসমৰ সংবাদ মাধ্যম, চিকিৎসক, নাৰ্ছ, আশা কৰ্মী, শিক্ষক আটায়ে সজাগতা কাৰ্যসূচী সমূহো সুন্দৰভাৱে কৰিছে”।তাৰ বাবে সকলোকে ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে।

উল্লেখ যে ইতিমধ্যে ৰাজ্য বিমানবন্দৰ সমূহত ১৬,৫০৮গৰাকী লোকক স্ক্ৰিনিং কৰা বিপৰীতে ৬২,৮৭০ গৰাকীক চিকিৎসালয়, ৰেলৱে ষ্টেচন আৰু অন্যান্য ঠাইত কৰা হৈছে পৰীক্ষা।মন্ত্ৰী শৰ্মাই জনাইবলৈ দিয়ে।

ইফালে কাঁহ-জ্বৰ নেদেখিলে বিমান বন্দৰ পৰা নিয়া নহয় মেডিকেল কলেজলৈ। বাহিৰৰ পৰা অহা ব্যক্তি সকলৰ গাত ৰোগ ধৰা পৰা নাই যদিও ঘৰৰ ভিতৰত আছুতীয়াকৈ ৰুমত ১৪দিন ৰাখিবলৈ কোৱা হৈছে।বৰ্তমান সময়লৈকে ১০০৩জন ব্যক্তিক তেনেদৰে ঘৰৰ ভিতৰত ৰখা হৈছে”।

ইফালে পূবে থকা তিনিটা টেষ্টিং লেবৰটেৰি বৰ্তমান চাৰিটালৈ বৃদ্ধি কৰা হৈছে।যোৰহাট, গুৱাহাটী, ডিব্ৰুগড় পিছত এতিয়া শিলচৰত টেষ্টিং লেবৰ ব্যৱস্থা কৰা হৈছে।ডিফু, তেজপুৰ, বৰপেটাতো ইয়াৰ ব্যৱস্থা কৰা বাবে চেষ্টা চলাই থকা বুলি সংবাদ মেলত মন্ত্ৰী শৰ্মাই উল্লেখ কৰে”।

উল্লেখ যে গুৱাহাটীত বৰ্তমান সময়লৈকে মুঠ ৩৯জনক পৰীক্ষা কৰা হৈছে।একেদৰে ডিব্ৰুগড় ১১জন, যোৰহাটত ৩জন, শিলচৰত ২জনক কৰা হৈছে পৰীক্ষা।সকলোৱে ঋণাত্মক ফলাফল পোৱা গৈছে।

অসমত কৰ’না ভাইৰাছ বৰ্তমান প্ৰথম পয্যায়ত আছে।কোনো ব্যক্তিৰ দেহত যদি আহে, তেতিয়াহে হ’ব।

অসমলৈ বাহিৰৰ ৰাজ্য পৰা অহা লোকৰ সংখ্যা এতিয়া কমিছে।যদি ২২মাৰ্চ পৰা কোনো নাহে, তেন্তে ৫এপ্ৰিল লৈকে এই তাৰিখৰ আগত অহাসকলে সাৱধানতা অৱলম্বন কৰিব লাগে।শৰ্মাই লগতে কয়।

সকলোধৰণৰ পৰীক্ষা ৩১মাৰ্চলৈকে অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি শৰ্মাই কয় শনিবাৰ অৰ্থাৎ কালিলৈ পৰা চৰকাৰী কাৰ্যালয়লৈ ৫০শতাংশ কৰ্মচাৰী আহিব। বাকী ৫০শতাংশ ঘৰৰ পৰা কাম কৰিব।তিনিদিন অথবা সাপ্তাহিক হিচাপত ৫০শতাংশকৈ প্ৰতিটো কাৰ্যালয়ে ভগাই ল’ব লাগিব”-মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।তেওঁ এই ব্যবস্থা স্কুল, কলেজৰ পৰা আদি কৰি চৰকাৰী সকলো কাৰ্যালয়ত কৰা হব বুলি লগতে উল্লেখ কৰে।

এই নিৰ্দেশনা ৩১মাৰ্চ পয্যন্ত বাহাল থাকিব বুলি শৰ্মাই স্পষ্ট কৈ ঘোষণা কৰে।

আনহাতে ২২মার্চৰ পৰা ৰাজ্য ৰেলৱে ষ্টেচন আৰু বিমান বন্দৰ সমূহত বাহিৰৰ পৰা অহা প্ৰতিজন যাত্ৰীক ষ্টাম্পিং কৰা হ’ব।সেই অনুসৰি ষ্টাম্প থকা লোকসকল ১৪দিন ঘৰৰ ভিতৰতে আছুতীয়াকৈ ৰখা হব”।

এই সময়ছোৱাত ৰাজ্য জৰুৰীকালীন সকলো চলি থাকিব।স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰ আদি কৰি সকলো কৰ্মচাৰীৰ ছুটী বন্ধ কৰা হৈছে।২৪ ঘণ্টাই চিকিৎসক, নাৰ্ছ ৰাইজৰ সেৱাত ব্ৰতী থাকিব লাগিব”-মন্ত্ৰী শৰ্মাই সংবাদ মেলত ঘোষণা কৰে।

সুৰক্ষা প্ৰতি লক্ষ্য ৰাখি এই সময়খিনিত কোনো যাত্ৰীবাহী বাহনতে থিয় হৈ যাত্ৰা কৰাটোত বাধা আৰোপ কৰা হৈছে।একেদৰে শ্বপিং মল সমূহৰ ভিতৰত ৫০জনতকৈ বেছি মানুহ থাকিব নোৱাৰিব।মলসমূহ বন্ধ কৰি দিয়া নহয় যদিও মল সমূহৰ আকাৰৰ ওপৰত ভিত্তি কৰি ৰাইজক সোমাবলৈ দিয়া হ’ব।

চেনিটাইজাৰ নহ’লেও হ’ব যদি চাবোনেৰে ভালদৰে হাত ধোৱে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই কয় “যিসকলে দোকান খুলি ৰাখিব বিচাৰিছে, সেইসকলে চেনিটাইজা নহলে চাবোনেৰে গ্ৰাহকক হাত ধুৱ দিব লাগিব।অন্যথা ব্যৱস্থা নকৰিলে স্বাস্থ্য বিভাগৰ বিষয়া গৈ দোকান বন্ধ কৰি দিব। সমান্তৰাল কৈ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্য্যালয়ৰ সন্মুখত চেনিটাইজা নহলে চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰাখিব লাগিব”।

গুৰুত্বপূৰ্ণ কথা এই যে যিসকল লোক এমাহৰ ভিতৰত বিদেশত ফুৰিবলৈ গৈ বৰ্তমানো ঘূৰি আহিব পৰা নাই সেইসকলৰ একাউন্টত ২০০০ডলাৰ ভৰাই দিয়া হ’ব।কাৰোবাৰ ভিজাৰ ম্যাদ উকলি গ’লে ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰক জনালে এম্বেচিক জনোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিব দিয়ে।

ইফালে বজাৰসমূহক মানুহৰ ভিৰ কমাবলৈ বাৰেপতি কোৱা হৈছে। আজি আৰু শনিবাৰে দুটা দিন চোৱা হ’ব।যদি ভিৰ নকমে বজাৰসমূহ বন্ধ কৰি দিয়া হ’ব। জনসাধাৰণক ভিটামিন চি-যুক্ত আহাৰ খাবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনাই।

উল্লেখ কথা এই যে অসমত বৰ্তমানলৈকে কোনো ব্যক্তি দেহত কৰ’না ভাইৰাছ উপস্থিতি ধৰা পৰা নাই।

Share4Tweet3Send

Related Posts

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 
BREAKING NEWS

Brutal murder : হাওৰাঘাটৰ উত্তৰ বৰবিলত নাৰকীয় হত্যাকাণ্ড :পুত্ৰৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতৃৰ 

by ASSAM TIMES POST
August 2, 2026
50
ADVERTISEMENT
Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা
National-International

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

Indian ship attack : লোহিত সাগৰত ভাৰতীয় জাহাজত আক্ৰমণ, দিল্লীৰ কঠোৰ বাৰ্তা

August 5, 2026
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx