ASSAM TIMES POST
নিউজ ডেস্ক
দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰা কৰো’ণা ই পুনৰ প্ৰাণ ল’লে আৰু এজনৰ। মহাৰাষ্ট্ৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৬৮ বছৰীয়া ফিলিপাইনচৰ এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাই।
সমগ্ৰ দেশত বৰ্তমান অষ্টমগৰাকীৰ ব্যক্তিৰ প্ৰাণ কাঢ়িলে ক’ৰনাই। তাৰে তিনিগৰাকী মৃত্যু হৈছে মহাৰাষ্ট্ৰত।
গুৰুত্বপূৰ্ণ কথা এই যে, দেশত ইতিমধ্যে কৰো’ণা আক্রান্ত ৰোগী সংখ্যা বৃদ্ধি পাইছে ৪২৫ গৰাকীলৈ।













