ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ভাৰতত প্ৰথম মৃত্যু ক’ৰ’ণা-যোদ্ধাৰ!

ASSAM TIMES POST by ASSAM TIMES POST
April 9, 2020
Reading Time: 1 min read
A A
0
ভাৰতত প্ৰথম মৃত্যু ক’ৰ’ণা-যোদ্ধাৰ!

0 1 e1574345654996 6 1 2 2 3 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

নিউজ ডেস্ক

ভাৰতত প্ৰথমবাৰৰ বাবে মৃত্যুৰ ওচৰত হাৰ মানিলে এগৰাকী ক’ৰ’ণা-যোদ্ধাই। চাৰি দিন পূর্বে মধ্য প্ৰদেশৰ ইন্দোৰত covid-19ৰ পৰীক্ষাত ধনাত্মক ফলাফল ওলাইছিল ডাক্তৰ শত্ৰুঘ্ন পঞ্জৱানীৰ। আজি মৃত্যুৰ কোলাত ঢলি পৰে ৬২ বছৰীয়া এইগৰাকী জেনেৰেল ফিজিছিয়ান। ভাৰতত  ক’ৰ’ণা ভাইৰাছ জনিত কাৰণত এয়াই প্ৰথম কোনো চিকিৎসকৰ মৃত্যু।

ইন্দোৰৰ অৰবিন্দ মেডিকেল কলেজত ভর্তি আছিল তেওঁ। আজি পুৱা তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখযোগ্য যে তেওঁৰ পত্নী আৰু তিনি সন্তান থাকে অষ্ট্ৰেলিয়াত। লকডাউনৰ বাবে এতিয়া স্বামী-পিতৃক শেষবাৰৰ বাবে দেখা কৰাও তেওঁলোকৰ বাবে সম্ভৱ নহয়।

তেওঁৰ এগৰাকী সহকৰ্মী ডি নাটবৰে জনোৱা মতে, ডাক্তৰ পঞ্জাৱানি প্রত্যক্ষভাৱে ক’ৰ’ণা  আক্ৰান্ত ৰোগীৰ চিকিৎসাত জড়িত নাছিল। কিন্তু তেওঁৰ চেম্বাৰলৈ অহা ৰোগীসকলৰ বেছিভাগেই স্থানীয় বস্তি অঞ্চলৰ নিম্নবিত্ত লোক। তেওঁ প্ৰায় বিনামূলীয়াকৈয়ে তেওঁলোকৰ চিকিৎসা কৰিছিল।

এতিয়া সেই ৰোগীসকলৰ কাৰোবাৰ পৰাই তেওঁৰ দেহলৈ ক’ৰ’ণা সংক্ৰমণৰ সন্দেহ কৰা হৈছে। সেয়েহে তেওঁৰ গাত covid-19 ধৰা পৰাৰ পিছতেই এই বস্তিত ক’ৰ’ণা আক্ৰান্তৰ সন্ধান আৰম্ভ হৈছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ
National-International

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

by News Desk
July 9, 2026
50
PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ
National-International

PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

by News Desk
July 9, 2026
50
Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়
National-International

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

by Staff Reporter
July 9, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

by Staff Reporter
July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ
National-International

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

July 9, 2026
50
PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ
National-International

PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

July 9, 2026
50
Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়
National-International

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

July 9, 2026
50
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

Illegal immigrant : দেশত অবৈধ অনুপ্ৰৱেশকাৰীক ধৰিবলৈ পদক্ষেপ গৃহ মন্ত্ৰালয়ৰ

July 9, 2026
PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

PM Modi Austrelia visit : মোদীৰ উপস্থিতিত ভাৰত-অষ্ট্ৰেলিয়া পাৰমাণৱিক শক্তি চুক্তি স্বাক্ষৰ

July 9, 2026
Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

Engineering Colleges closed I দেশত বন্ধ হ’ল ৫৮ খন অভিযান্ত্ৰিক মহাবিদ্যালয়

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx