ASSAM TIMES POST
# গুৱাহাটীৰ খানাপাৰাৰ ষ্টাফ কলেজত সৰ্বদলীয় বৈঠক।
# ক’ৰ’ণা ৰ পিছত এইখন প্ৰথম সৰ্বদলীয় বৈঠক।
# উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্রী পৰিষদৰ কেইবাজনো নেতা।
# উপস্থিত সকলো ৰাজনৈতিক দলৰ নেতা।
# ক’ৰ’ণা সন্দৰ্ভত সৰ্বদলীয় বৈঠক।
# ক’ৰ’ণা নিয়ন্ত্ৰণ আৰু লকডাউন সন্দৰ্ভত চলি আছে গুৰুত্বপূৰ্ণ আলোচনা।
# এই বৈঠকৰ পিছতে অনুষ্ঠিত হ’ব কেন্দ্ৰীয় কেবিনেটৰ বৈঠক।
# কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব লকডাউন বৃদ্ধি সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা।













