ASSAM TIMES POST
নিউজ ডেস্ক:
আজি ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই NHM কার্যালয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ সাৰাংশ তলত দিয়া হ’ল:
# লকডাউনক লৈ আজি বা কাইলৈ কেন্দ্ৰই দিব সিদ্ধান্ত।
# অসম চৰকাৰে পালন কৰিব কেন্দ্ৰৰ নিৰ্দেশনা।
# অসমৰ বাহিৰত থকা লোকৰ বাবে help line নাম্বাৰ মুকলি।
# 9615471547 নম্বৰত বিপদত পৰা লোকসকলে যোগাযোগ কৰিব পাৰিব।
# নাম্বাৰটোত missed call diar পিছত পাব এটা লিংক।
# লিংকৰ জৰিয়তে নির্দিষ্ট প্ৰপত্ৰ পূৰণ কৰিব লাগিব।
# অসম আৰোগ্য নিধিত জমা ৯১ কোটি ২৫ লাখ।
# স্বাস্থ্য বিভাগৰ আন্তঃগাঁথনি উন্নয়ন কৰা হ’ব সেই পুঁজিৰে।













