ASSAM TIMES POST
নিউজ ডেস্ক:

# চীনৰ পৰা অহা বিমান বৰঝাৰত অৱতৰণ
# বিমানখনত আছে ৫০ হাজাৰ PPE kit।
# নিশা ৮.২০ বজাত বিমানখনৰ বৰঝাৰত অৱতৰণ।
# চীনৰ পৰা অসমে পোনপটীয়াকৈ আমদানি কৰি আনিছে এই kit খিনি।
# স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাই গ্রহণ কৰিব এই সৰঞ্জামখিনি।
# Bluedart ৰ cargo বিমানেৰে অনা হৈছে kit খিনি।













