ASSAM TIMES POST
ৰাজ্যবাসী বাবে এক দু-খবৰ।নতুন ৰাজ্যত পুনৰ দুগৰাকীৰ ব্যক্তি দেহত ধৰা পৰিছে ক’ৰনা ভাইৰাছৰ উপস্থিতি।মৰিগাঁও জিলাত নতুনকৈ চিনাক্ত হোৱা আক্রান্ত দুগৰাকী নিজামুদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থকা ব্যক্তি সান্নিধ্যত আছিল
।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে আক্রান্ত ব্যক্তি দুজনৰ নমুনা পৰীক্ষাত ধৰা পৰিছে ক’ভিড-১৯ আক্রান্ত কথা।গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যত নতুনকৈ দুগৰাকীৰ চিনাক্ত হোৱাৰ পিছত ৰাজ্যত আক্রান্ত সংখ্যা হলগৈ ৩৪জন।ইফালে বৰ্তমান সময়লৈকে ৰাজ্যত ৫গৰাকীৰ ৰোগীক সুস্থ হৈ যাবলৈ দিয়া হৈছে ঘৰলৈ।













