ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কৰ্তন : বিত্তীয় প্ৰতিষ্ঠানক দিব ৫০ হাজাৰ কোটি

ASSAM TIMES POST by ASSAM TIMES POST
April 17, 2020
Reading Time: 1 min read
A A
0
ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট কৰ্তন : বিত্তীয় প্ৰতিষ্ঠানক দিব ৫০ হাজাৰ কোটি

The Secretary, Department of Economic Affairs, Shri Shaktikanta Das addressing a press conference, in New Delhi on December 15, 2016.

0 1 e1574345654996 6 1 2 2 6 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

নিউজ ডেস্ক:

ৰিজাৰ্ভ বেংকে কৰ্তন কৰিছে ৰেপো ৰেট। শুকুৰবাৰে এই কথা ঘোষণা কৰে ৰিজাৰ্ভ বেংকৰ গভৰ্নৰ শক্তিকান্ত দাসে। ঘোষণা অনুসৰি ৰিজাৰ্ভ বেংকৰ ৰিৱাৰ্ছ ৰেপো ৰেট ৪ শতাংশৰ পৰা ৩.৭৫ শতাংলৈ কৰ্তন কৰা হৈছে। দেশৰ মুখ্য বেংকটোৱে ২৫ basis point ত এই ৰেট কৰ্তন কৰে। ইয়াৰ জৰিয়তে অৰ্থনীতিৰ উৎপাদন খণ্ডত ঋণ দিয়াত বেংকসমূহক সহায় কৰিব বুলি ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰে।

অন্য পদক্ষেপ হিচাপে ৰিজাৰ্ভ বেংকে অতিৰিক্ত ৫০ হাজাৰ কোটি টকা targeted long term repo operation (TLTRO) হিচাপে প্ৰদানৰ কথাও ঘোষণা কৰে। ইয়াৰ উপৰি তেওঁ অন্য ৫০ হাজাৰ কোটি টকা নাবাৰ্ড, এন এইচ বি আৰু ছিডবিৰ দৰে বিত্তীয় প্ৰতিষ্ঠানক re-financing হিচাপে প্ৰদানৰ কথাও ঘোষণা কৰে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

by Staff Reporter
July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

by Staff Reporter
July 9, 2026
50
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

by Staff Reporter
July 9, 2026
50
Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড
National-International

Ahmedabad blast case : আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰক ৩৮ দোষীক মৃত্যুদণ্ড

by News Desk
July 8, 2026
50
Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা
National-International

Ilish fish : সুস্বাদু ইলিছ মাছ এটাৰ দাম ২৩ হাজাৰ টকা

by News Desk
July 8, 2026
50
ADVERTISEMENT
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

July 9, 2026
50
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx