ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এজাক বৰষুণে দিলে বোকাখাতৰ কৃষকক বড়োখেতিৰ উছাহঃ

ASSAM TIMES POST by ASSAM TIMES POST
April 18, 2020
Reading Time: 1 min read
A A
0
এজাক বৰষুণে দিলে বোকাখাতৰ কৃষকক বড়োখেতিৰ উছাহঃ

0 1 e1574345654996 6 1 2 2 8 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

অজন্তা তালুকদাৰ, বোকাখাত

লক-ডাউনৰ মাজতে বোকাখাতৰ কৃষকৰ মনলৈ প্ৰকৃতিয়ে আনিলে উছাহ। বোকাখাতত বিস্তীৰ্ণ এলেকা জুৰি এতিয়া বড়োখেতিৰ সময়। প্ৰাক-বৰ্ষাকালীন ৰুক্ষ কালচোৱাত বড়োখেতিত দিবলৈ কৃষকৰ প্ৰয়োজন হৈছিল প্ৰচুৰ পৰিমাণে পানী।

615913 | ASSAM TIMES POST

কিন্তু এইবেলি বসন্তত পৰ্যাপ্ত বৰষুণৰ অভাৱ আৰু সম্প্ৰতি দেশত লক-ডাউন চলি থকাৰ বাবে বোকাখাত মহকুমাৰ একাংশ কৃষকে সময়মতে পাম্প চলাবলৈ প্ৰয়োজনীয় ইন্ধনৰ লগতে সাৰ, কীটনাশক আদি খেতিৰ বাবে প্ৰয়োজনীয় আহিলা সময়মতে সংগ্ৰহ কৰি ল’ব নোৱাৰি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। এনে সময়তে প্ৰকৃতিয়ে যেন চকু মেলি চালে এইসকল কৃষকলৈ।

যোৱা নিশাৰ লগতে পুৱাৰে পৰা দি থকা বৰষুণজাকে পথাৰত বড়োখেতিৰ বাবে প্ৰয়োজনীয় পানী যোগান ধৰি কৃষকক সকাহ দিলে। পাম্প নচলোৱাকৈ বড়োখেতিৰ বাবে পানী যোগান সম্ভৱ হ’ল। সম্প্ৰতি কৰ’ণা প্ৰতিৰোধৰ বাবে দেশ জুৰি চলি থকা লক-ডাউনৰ প্ৰভাৱ যেন প্ৰকৃতিৰ ওপৰতো পৰিছেহি। বিগত সময়তকৈ ফাগুন-চ’ত মহীয়া প্ৰকৃতি ৰুক্ষ হ’ল তুলনামূলকভাবে। এইবেলি বসন্তও ৰুক্ষ প্ৰকৃতিৰ প্ৰকোপত চেগা চোৰোকা ৰূপতহে দেখা দিলে।

তাতে ব’হাগৰ আৰম্ভণিতে হৈ যোৱা শুকান ধূলি ধুমুহাত বসন্তৰ সেউজ সম্ভাৰ ধূলিত পোত গ’ল। সেয়েহে যোৱা নিশাৰ বৰষুণজাকে যেন নোৱাই ধুৱাই ন ৰূপত সজাই তুলিলে সেউজ প্ৰকৃতিক। সেউজ হৈ ন ৰূপত ধৰা দিছে পথাৰ। বোকাখাতৰ কৃষকে এতিয়া এইজাক বৰষুণৰ পৰা সকাহ পোৱাৰ লগতে উছাহেৰে সৃষ্টিৰ নতুন সপোন দেখিবলৈ আৰম্ভ কৰিছে সেউজ পথাৰক লৈ।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

by Staff Reporter
July 9, 2026
50
Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed
Assam

Alarming Encroachment : 3.14 Lakh Hectares of Assam Forests Exposed

by News Desk
July 7, 2026
50
Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
ADVERTISEMENT
Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions
Assam

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
50
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে
National-International

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
National-International

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

July 9, 2026
50
US attack on Iran : ইৰাণৰ ওপৰত আক্ৰমণ আৰু চাৰি-পাঁচ সপ্তাহলৈ অব্যাহত থকাৰ ইংগিত ট্ৰাম্পৰ, সৰ্বোচ্চ নেতাৰ বাবে তিনিজনক নিৰ্বাচন
National-International

US Iran war I পুনৰ যুদ্ধ, মাজনিশা ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ

July 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam government: A strong move to reduce event expenses through a virtual meeting amid India-Pakistan tensions

CM Himanta Biswa Sarma I গৰমৰ বন্ধ কেনেকৈ কটাব? মৰমৰ ভাগিনলৈ মুখ্যমন্ত্ৰী মামাৰ পৰামৰ্শ

July 9, 2026
Argentina Egypt controversy : আৰ্জেণ্টিনাৰ জয়ত ৰেফাৰীয়ে পক্ষপাতিত্ব কৰিছে নেকি, মুখ খুলিলে মেছিয়ে

ফ্রান্স-মৰক্কো মেচত ফিফাৰ ‘নতুন ষড়যন্ত্র’ I আৰ্জেণ্টিনাৰ উপকাৰৰ বাবে ছজন আৰ্জেণ্টিনাৰ ৰেফাৰীক দায়িত্ব

July 9, 2026
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

Encounter specialist I ভাৰতৰ এনকাউণ্টাৰ মাষ্টাৰ কোন ? তেওঁৰ কৃতিত্ব জানেনে?

July 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx