ASSAM TIMES POST
নিউজ ডেক্স
বিশ্বজুৰি কোভিড-১৯ৰ সন্ত্ৰাস। প্ৰাণহানিৰ আশংকা প্ৰতিজন লোক।কিন্তু তাৰ মাজতো নিজৰ কৰ্তব্যত অটল বিশ্বৰ প্ৰতিজন স্বাস্থ্যকৰ্মী। নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰোগীসকলৰ সেৱাত ব্ৰতী প্ৰতিজন স্বাস্থ্যকৰ্মী প্ৰশংসাৰ যোগ্য।
এই ক্ষেত্ৰত বলিউদী তাৰকা সকলে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।”তেৰি মিট্টি” শীৰ্ষক এটি সুন্দৰ গীত বিশ্বৰ প্ৰতিজন স্বাস্থ্যকৰ্মীলৈ উৎসৰ্গিত কৰে বলিউডৰ জনপ্ৰিয় তাৰকা অক্ষয় কুমাৰ তথা কৰণ জোহৰে।











