ASSAM TIMES POST
নিউজ ডেস্ক:
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। অহা ছমাহ পৰ্যন্ত বেংক কৰ্মচাৰীয়ে কৰিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মঘট। ২১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা। Industrial Dispute আইনৰ অধীনত বেংকিং সেৱাক জৰুৰী সেৱা হিচাপে গণ্য কৰি কেন্দ্ৰীয় চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে।
এই নিৰ্দেশনাৰ অধীনত অহা ২১ অক্টোবৰ পৰ্যন্ত বেংক কৰ্মচাৰীয়ে কৰিব নোৱাৰিব কোনো আন্দোলন বা ধৰ্মঘট।











