ASSAM TIMES POST
নিউজ ডেস্ক:
সুৰাপায়ী সকলৰ বাবে সু-খবৰ।লকডাউনৰ মাজতে গ্ৰীণ জন অঞ্চলত আজিৰে পৰা মুকলি হব সুৰা বিপনী।এই কথা অৱগত কৰিছে আৱকাৰী বিভাগৰ জনসম্পৰ্ক ৰক্ষী বিষয়া শৈলেণ্ড পাণ্ডে।
গুৰুত্বপূৰ্ণ কথা এই যে কেন্দ্ৰ চৰকাৰ নিৰ্দেশনা অনুসৰি এই কথা খুলিব পাৰিব বিপনী।সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগিব সকলোৱে।












