ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ গ্ৰন্হত অন্তৰ্ভুক্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ক প্ৰৱন্ধ

Staff Reporter by Staff Reporter
May 2, 2020
Reading Time: 1 min read
A A
0
বিধায়ক দেৱব্ৰত শইকীয়াৰ পত্নীৰ উল্লেখনীয় প্ৰয়াসঃ প্ৰস্তুত কৰিছে মাস্ক-

0 1 e1574345654996 6 1 2 2 14 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

নগাঁও:

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এইবাৰ জানিব পাৰিব আমেৰিকাৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে । বিশ্ববিদ্যালয় খনৰ পাঠ্যক্ৰমৰ এখন পুথিত অন্তৰ্ভুক্ত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিষয়ক এটি নিবন্ধ । নিবন্ধটো শংকৰী সাহিত্যৰ গৱেষক ড : সঞ্জীৱ কুমাৰ বৰকাকতীৰ । ডঃ বৰকাকতীৰ নিবন্ধটোৰ নাম হৈছে-ইউনিক ফিচাৰচ অৱ শ্ৰীমন্ত শংকৰদেৱ ৰিলিজিয়াচ ফিলচফি।হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম (ৰিলিজন) শীৰ্ষক বিষয়ত অন্তৰ্ভুক্ত হৈছে উল্লেখিত নিবন্ধটো।

WhatsApp Image 2020 05 02 at 20.29.49 | ASSAM TIMES POST

গৱেষক গৰাকীয়ে নিজৰ লেখা আন্তজাৰ্তিক পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিত আনন্দ প্ৰকাশ কৰে । উল্লেখ্য, বহু কেইখন গ্ৰন্থৰ লেখক বৰকাকতীৰ গ্ৰন্থ সমূহ বিশ্বৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে।ডঃ বৰকাকতীয়ে শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজী প্ৰচাৰ তথা নৱ প্ৰজন্মক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে ফলৱাৰ্চ অৱ শ্ৰীমন্ত শংকৰদেৱ নামৰ এটা গ্ৰুপো চচিয়েল মিডিয়াত গঠন কৰি লৈছিল।

Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

ADVERTISEMENT
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT