ASSAM TIMES POST
নিউজ ডেস্ক:
নিজৰ জীৱনক উচৰ্গা কৰি মহামাৰী ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে সন্মূখৰ পৰা যুজঁ দিয়া দেশৰ চিকিৎসক-নাৰ্ছ, চিকিৎসাকর্মী সকলক অভিবাদন ভাৰতীয় বায়ু সেনা।
https://www.facebook.com/mygovassam/videos/568446223857630/
মানৱ সেৱাত ব্ৰতী হৈ ক’ৰনা সংগ্রামত সন্মূখৰ পৰা যুজঁ দিয়া গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসালয় আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত কৰ্মৰত প্ৰতিজন যোদ্ধাক আজি পুৱা ১০ বজাত অভিবাদন জনাই ভাৰতীয় বায়ুসেনাই।দুয়োখন চিকিৎসালয়ত চিকিৎসক-নাৰ্ছ, চিকিৎসাকর্মী সকলক বায়ুসেনাৰ হেলিকপ্টাৰ জৰিয়তে আকাশমাৰ্গ পৰা পুষ্পবৃষ্টিৰে জনোৱা হয় অভিবাদন।
দুয়োখন চিকিৎসালয়ত নিৰ্দিষ্ট কৰি থোৱা ঠাইত সকলো চিকিৎসাকর্মী সকল থিয় হৈ গ্ৰহণ কৰে অভিবাদন।বিশেষ পেৰেডে বজায় বায়ু সেনাই শ্ৰদ্ধা জনায়।












