ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

“Tell Me It’s Grey” লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ “Special Festive Mention”-

Staff Reporter by Staff Reporter
May 4, 2020
Reading Time: 1 min read
A A
0
“Tell Me It’s Grey” লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ “Special Festive Mention”-

লক-ডাউন” বৃদ্ধিকে ধৰি “কভিড১৯” ৰ সন্ত্ৰাসে আতংকিত কৰা একাংশ খবৰে আচলতে প্ৰত্যেক জনসাধাৰণকেই হতাশগ্ৰস্ত কৰি তুলিছে। কিন্তু কোৱা হয়; আন্ধাৰৰ মাজতো হেনো সুক্ষ্মকৈ অহা ৰশ্মিয়ে পোহৰাব পাৰে এটুকুৰা ঠাই। সম্প্ৰতি মুক্তিপ্ৰাপ্ত ইখনৰ পিছত সিখন চুটি ছবিয়ে ইতিমধ্যে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে দৰ্শকক। দৰ্শকে প্ৰশংসা কৰাৰ লগতে তেওঁলোকে অকণমান মনোৰঞ্জনৰ দ্বাৰা সময়বোৰ অতিবাহিত কৰিবলৈ পাই সুখীও হৈ পৰিছে। এইখিনিতে, চুটি ছবিক উদ্দেশ্যি আপোনালোকক দিম এক সুখবৰ। ৰবি শৰ্মা তথা বৰষাৰাণী বিষয়া অভিনীত “Tell Me It’s Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছে কৰিছে “স্পেচিয়েল ফেষ্টিভ মেনশ্বন” (Special Festive Mention)। সমগ্ৰ বিশ্বৰ পৰা অহা প্ৰায় ৫০০ খন চুটি ছবিৰ দৌৰত উক্ত চুটি ছবিখনে লাভ কৰা এই স্বীকৃতিত বৰ্তমান উৎসাহিত হৈ পৰিছে চুটি ছবিখনৰ সৈতে জড়িত সমষ্ট কলা-কুশলী। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ছবিখন 12th Jaipur international film festival আৰু Guwahati international film festival ত প্ৰদৰ্শনৰ বাবে মনোনয়ন লাভ কৰিছিল।

RELATED POSTS

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

WhatsApp Image 2020 05 02 at 17.28.47 | ASSAM TIMES POST

দুজন ব্যক্তিৰ ইজনৰ-আনজনৰ প্ৰতি থকা নিষ্পাপ প্ৰেম ও দায়বদ্ধতাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল উক্ত চুটি ছবিখন। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত অভিনয়ৰ লগতে প্ৰযোজনা কৰিছিল ৰবি শৰ্মা লগতে বৰষা ৰাণী বিষয়াই।

95016104 10206759192734275 8242893640981020672 n | ASSAM TIMES POST

জ্ঞান গৌতমৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ। আনহাতে, Original Background Score জনপ্ৰিয় সংগীত পৰিচালক পৰাণ (জজ্) ৰ। চুটি ছবিখনত শব্দ সংমিশ্ৰণ কৰিছিল ভূপেন শইকীয়াই আৰু সাজসজ্জা ও ৰূপসজ্জা কৰিছিল ক্ৰমে এনী গগৈ আৰু মঞ্জু ভট্টাচাৰ্যই। সহঃপৰিচালক ৰূপে আছিল অৰিন্দম কাশ্যপ আৰু “Tell Me It’s Grey” ৰ ডি.আই কালাৰিষ্টৰ দায়িত্ব বহন কৰিছিল সুজিৎ কৰ্মাকাৰে। ডাবিং কৰিছিল Studios Zero db ৰ পৰা উদীপ্ত গগৈয়ে লগতে Temptation Studios ৰ পৰা দিব্যজ্যোতি কৌশিকে।

SOURCE:http://rupaliparda.com/archives/14235

Share4Tweet3Send

Related Posts

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
ADVERTISEMENT
Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড
National-International

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
50
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

Tarun Tejpal case : ধৰ্ষণৰ গোচৰত টেহেলকাৰ প্ৰতিষ্ঠাপক তৰুণ তেজপালক ১০ বছৰৰ কাৰাদণ্ড

August 6, 2026
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

August 6, 2026
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx