ASSAM TIMES POST
নিউজ ডেস্ক:
নতুন দিল্লীত কৰোনাত আক্ৰান্ত অসমৰ ৩৫জন লোকৰ ভিতৰত ২৯জনেই চি আৰ পি এফৰ জোৱান। আনহাতে, মণিপুৰৰ চাৰিজন চি আৰ পি এফৰ শৰীৰতো পোৱা গৈছে কৰোণাৰ অৱস্থিতি।
উল্লেখযোগ্য যে দিল্লীৰ ময়ূৰ বিহাৰস্থিত চি আৰ পি এফৰ ৩১নং বেটেলিয়নৰ সৰ্বমুঠ ১৩৭জন জোৱান আক্রান্ত হৈছে কৰোনাত। ইয়াৰে ভিতৰত ২৯জন অসমৰ।
দিল্লীত কৰোণাত আক্ৰান্ত অসমৰ জোৱানসকল হৈছে :
১) ইকৰাম হুছেইন– (৫৫) : বৰপেটা
২) দেৱজিত বৰুৱা– (৩৪) : যোৰহাট
৩) অংকুৰ নাথ– ( ২৫) : বাক্সা
৪) ৰণবীৰ লিম্বু– (৩৮) : ওদালগুৰি
৫) পি চি দাস– (৩৭) : নলবাৰী
৬) টোকেশ্বৰ বৰা– (৩৪) : ডিব্ৰুগড়
৭) বিপুল ৰাজবংশী– (৩৬) : ৰঙিয়া
৮) মুকেশ কলিতা– (৩৭) : দৰং
৯) মাণিক পাঠক– (৪৭) : বাক্সা
১০) চয়ন নাথ– (৩৩) : হাইলাকান্দি
১১) অজাহাৰ আলী– (৩৬) : বাক্সা
১২) খাজা মইনুদ্দিন– (৩৯) : বঙাইগাঁও
১৩) ধ্ৰুৱ জ্যোতি শইকীয়া– (৩৫) : লখিমপুৰ
১৪) পংকজ নাথ– (৩৭) : মৰিগাঁও
১৫) ৰত্নেশ্বৰ কছাৰী– (৪০) : বাক্সা
১৬) সুজিত নাথ– (৪৯) : কাছাৰ
১৭) আৰ মুছাহাৰী– (৪২) : কোকৰাঝাৰ
১৮) জ্ঞানজিত লাহন– (৩৮) : শোণিতপুৰ
১৯) দীপক ৰজক– (৩২) : কাৰ্বি আংলং
২০) ভদ্ৰেশ্বৰ নাথ– (৫২) : নগাঁও
২১) পংকজ গোহাঁই- (৪২) : শিৱসাগৰ
২২) জিতেন নাথ– (৩৩) : বঙাইগাঁও
২৩) সতীশ ৰামচিয়াৰী– (৪২) : বাক্সা
২৪) গিৰেন্দ্ৰ দাস– (৪০) : নলবাৰী
২৫) দিগন্ত মজুমদাৰ– (৩৮) : বৰপেটা
২৬) সুশীল শইকীয়া– (২৮) : কাৰ্বি আংলং
২৭) বিজু মোহন মেধি- (৩৮) : বৰপেটা
২৮) কে কে নাথ– (৫৩) : কাছাৰ
২৯) কুমুদ কলিতা– (৩৮) : কামৰূপ
মণিপুৰৰ লোককেইজন হৈছে :
১) শেগলসেম হেৰ’জিত মেইটেই– (২৯) : পশ্চিম ইম্ফল
২) এল ৰমেন মেইটেই– (৪০) : ইম্ফল পশ্চিম ।
৩) নজিৰ আলী– (৪৮) : ইম্ফল
৪) পি এইচ প্ৰমোট মীথ– (৪৮) : ইম্ফল পশ্চিম ।
উল্লেখযোগ্য যে যোৱা ২৮ এপ্ৰিলত ইকৰাম হুছেইন নামৰ বিষয়াজনৰ মৃত্যু হৈছে। আনহাতে, বাকী কেইজন দিল্লীৰ বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।












