ASSAM TIMES POST
নিউজ ডেস্ক : ৰাজ্যত ৪৩ জনলৈ বৃদ্ধি পালে কৰোনা ৰোগীৰ সংখ্যা। আজি ৰাজ্যত আন এজনৰ দেহত কৰোনা পজিটিভ পোৱা যায়।
স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে লোকজন গোৱালপাৰা জিলাৰ আৰু ইতিমধ্যে তেওঁ containment zoneত আছিল।

অৱশ্যে তেওঁৰ স্বাস্থ্যক লৈ বিশেষ এটা চিন্তা কৰিবলগীয়া নাই বুলিও জনায় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।












