ASSAM TIMES POST
নিউজ ডেস্ক:
# ২০ লাখ কোটিৰ আৰ্থিক পেকেজ ঘোষণা প্ৰধান মন্ত্ৰীৰ।
# ২০২০ত আত্মনির্ভৰ ভাৰতৰ বাবে এই পেকেজ।
# শ্ৰমিক, কৃষকৰ বাবে এই পেকেজ।
# লঘু, ক্ষুদ্ৰ উদ্যোগ, কুটিৰ শিল্পক সহায় কৰিব এই পেকেজে।
# কাইলৈ বিত্ত মন্ত্ৰীয়ে সবিশেষ ঘোষণা কৰিব এই পেকেজৰ।
# মধ্যবিত্ত শ্ৰেণীক বিশেষ ভাৱে সহায় কৰিব এই পেকেজে।
# আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে এই পেকেজ।
দেশত পুনৰ লকডাউন হ’ব বুলি জনালে প্ৰধান মন্ত্ৰীয়ে। ১৮ মে’ৰ পৰা দেশত চতুৰ্থ পৰ্যায়ৰ লকডাউন ঘোষণা প্ৰধান মন্ত্ৰীৰ। ১৮ মে’ৰ পূৰ্বে ঘোষণা হ’ব নতুন নিৰ্দেশনা। নতুন নিয়মৰ মাজেৰে হ’ব লকডাউন ৪.০। নতুন লকডাউনৰ চৰিত্ৰ সলনি হ’ব বুলি জনালে প্ৰধান মন্ত্ৰীয়ে। আত্মনির্ভৰ ভাৰতৰ বাবে আৰ্থিক পেকেজ ঘোষণা। পাঁচটা স্তম্ভৰ ওপৰত ভাৰতৰ বিকাশ নিৰ্ভৰশীল বুলি জনালে প্ৰধান মন্ত্ৰীয়ে।












