ASSAM TIMES POST
নিউজ ডেক্স
গুৱাহাটীত আৰু দুজন কোৰোণাত আক্ৰান্ত। যোৱা চাৰিদিনত মুঠ ২৯জন লোক গুৱাহাটীত কোৰোণা পজিটিভ ওলাইছে।আনহাতে এইবাৰ শোণিতপুৰত এজন কোৰোণাত আক্ৰান্ত। শিবসগৰতো ১ জন কৰোণা পজিটিভ ওলাইছে।এই কথা টুইটাৰ যোগে জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।অসমত মুঠ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি ৯৫জন হ’ল।












