ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

প্ৰজন্ম’ৰ উদ্যোগত আয়োজিত ৰাজ্যিক ভিত্তিত অনলাইন প্ৰতিযোগিতাৰ ফলাফল ঘোষণাঃ

ASSAM TIMES POST by ASSAM TIMES POST
May 18, 2020
Reading Time: 1 min read
A A
0
বনৰীয়া হাতীৰ আক্ৰমনত গৃহৰক্ষী জোৱান নিহত

0 1 e1574345654996 6 1 2 2 14 10 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

ষ্টাফ ৰিপ’ৰ্টাৰ,বোকাখাত

বোকাখাত মহকুমাৰ অন্তৰ্গত বুৰঞ্জীয়ে গৰকা কমাৰগাঁৱৰ কেইজনমান শিক্ষিত নিৱনুৱাই ন-চিন্তাৰে, ন-লক্ষ্যৰে জন্ম দিয়া বে-চৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান “প্ৰজন্ম”ই ৰাজ্যিক ভিত্তিত আয়োজন কৰা অনলাইন প্ৰতিযোগিতা সমুহৰ ফলাফল ঘোষণা কৰিছে।

এই কথা সংবাদ মাধ্যমক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে ‘প্ৰজন্ম’ৰ সম্পাদক সাগৰজ্যোতি হাজৰিকাই। শিক্ষাৰ্থী সকলৰ মাজত আয়োজিত হাতৰ আখৰ প্ৰতিযোগিতাৰ ধনশিৰি শাখাত প্ৰথম স্থান দখল কৰিছে কমাৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ প্ৰিঞ্চিপ্ৰিয়া শইকীয়াই, দ্বিতীয় স্থান বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ কৃত্তিকা হাজৰিকাই, তৃতীয় স্থান যুটীয়াভাবে দখল কৰিছে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অমৃষ পল্লব গগৈ আৰু নাহৰকটীয়া ছেন্ট জেভিয়াছ স্কুলৰ নয়নিকা শইকীয়াই, চতুৰ্থৰ পৰা দশম স্থান পৰ্যন্ত লাভ কৰিছে ক্ৰমে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ৰিধিমা বৰুৱা, গোলাঘাট ফলঙনী জাতীয় বিদ্যালয়ৰ অন্যন্যা দত্ত, লক্ষিমপুৰ ঘিলামৰা আদৰ্শ বিদ্যালয়ৰ স্বাতী গগৈ, কমাৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ প্ৰত্যুষ কাকতি, লক্ষিমপুৰ ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ হৌস্তবজ্যোতি প্ৰসাদ, যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ তৃষ্ণা বৰা আৰু ২ নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ৰ কৃষ্ণাশ্ৰী শইকীয়াই।

গেলাবিল শাখাত হাতৰ আখৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলাঘাট উৰণ পখী ভৱনৰ বিদিশা পল্লবী বড়াই, দ্বিতীয় স্থান শিৱসাগৰ জাতীয় বিদ্যালয়ৰ নয়না হাজৰিকাই, তৃতীয় স্থান দখল কৰে গোলাঘাট হাতীয়েখোৱা জাতীয় বিদ্যালয়ৰ ভৈৰবী কুৰ্মীয়ে, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰে ক্ৰমে গোলাঘাট হাতীয়েখোৱা জাতীয় বিদ্যালয়ৰ অৰ্পিতা গগৈ, ৰজাবাৰী শংকৰদেৱ শিশু নিকেতনৰ ডিপ্লিমা বৰুৱা, গোলাঘাট ফলঙনী বাপুজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হৃষিকেশ দত্ত, গোলাঘাট চিনাতলি জৱাহৰ নবোদয় বিদ্যালয়ৰ নয়নদ্বীপ ৰবিদাস, বোকাখাত ৰজাবাৰী শংকৰদেব শিশু নিকেতনৰ ৰাহুল বৰা, দেৰগাঁও কুৰালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অভিস্প্ৰিত নয়ন বৰুৱা আৰু গোলাঘাট শিশু ভৱনৰ অংকিত বৰদলৈয়ে।

ব্ৰহ্মপুত্ৰ শাখাত হাতৰ আখৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলাঘাট মহুৰামুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুস্কা গগৈয়ে, দ্বিতীয় স্থান সোণাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জিকমিক সমাদৃতা গগৈয়ে, তৃতীয় স্থান লাভ কৰে দিল্লী পাব্লিক স্কুল নুমলীগড়ৰ তানিচা ফুকনে, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰে কাজিৰঙা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সুমন বৰা, বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পূজা দাস, মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্ধানী সোণোৱাল, লক্ষীমপুৰ ঘিলামৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নীলাক্ষি দত্ত, গোলাঘাট কচুপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ জাহ্নবী গগৈ,লক্ষীমপুৰ ঘিলামৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰীতিষা দত্ত আৰু মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ মৃগাংক কাকতিয়ে।

চিত্ৰাংকন প্ৰতিযোগিতাৰ ধনশিৰি শাখাত প্ৰথম স্থান দখল কৰে কমাৰগাঁও শংকৰদেৱ শিশু নিকেতনৰ প্ৰিঞ্চিপ্ৰিয়া শইকীয়াই, দ্বিতীয় স্থান বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ কৃত্তিকা হাজৰিকাই,তৃতীয় স্থান দখল কৰিছে বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ অমৃষ পল্লব গগৈয়ে, চতুৰ্থৰ পৰা দশম স্থান পৰ্যন্ত লাভ কৰিছে গোলাঘাট শ্ৰীসত্যসাই বিদ্যা বিহাৰৰ নবিহা মৰিয়াম, ডিব্ৰুগড় নাহৰকটীয়া ছেন্ট জেভিয়াছ স্কুলৰ নিহাৰিকা শইকীয়া, বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ফলক দাস, ডিব্ৰুগড় নাহৰকটীয়া ছেন্ট জেভিয়াছ স্কুলৰ নয়নিকা শইকীয়া, ২ নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ৰ কৌশিক কমল বৰুৱা, যোৰহাট বাল্যভৱনৰ অমৃতজ্যোতি গায়ন আৰু শংকৰদেৱ শিশু নিকেতন কমাৰগাঁৱৰ তন্ময়জ্যোতি শইকীয়াই।

গেলাবিল শাখাত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে যোৰহাটৰ প্ৰাপ্তি পাৱে, দ্বিতীয় স্থান কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিয়ংকা বৰাই, তৃতীয় স্থান দখল কৰিছে গোলাঘাট কচুপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ধৰিত্ৰী বাৰুকিয়ালে, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰিছে ক্ৰমে ৰজাবাৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মনময়ুৰী হাজৰিকা, বুধবাৰী বালিকা উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰিয়াক্ষী বৰঠাকুৰ, গোলাঘাট উৰণ পক্ষী ভৱনৰ বিদিশা পল্লবী বড়া, বোকাখাত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সৃষ্টি গগৈ, শিৱসাগৰ জাতীয় বিদ্যালয়ৰ নয়না হাজৰিকা, জাঁজি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফাল্গুনী বৰঠাকুৰ আৰু কচুপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ঝৰ্ণা নেওগে।

ব্ৰহ্মপুত্ৰ শাখাত চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে নুমলীগড় দিল্লী পাব্লিক স্কুলৰ তানিচা ফুকনে, দ্বিতীয় স্থান কচুপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মৃন্ময়ী বৰাই, তৃতীয় স্থান দখল কৰে লক্ষীমপুৰ ঘিলামৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰীতিষা দত্তই, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰে ক্ৰমে মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গৌৰাঙ্গ শইকীয়া, মৃগাংক কাকতি, পৰিণীতা শইকীয়া, গৌৰৱ হাজৰিকা, সন্ধানী সোণোৱাল, প্ৰাগজ্যোতিকা ইংলিছ স্কুলৰ বাস্তৱজ্যোতি ডেকা আৰু বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰগতি গগৈয়ে।

সাধু কোৱা প্ৰতিযোগিতাত ধনশিৰি শাখাত প্ৰথম স্থান দখল কৰে ২নং বুধবাৰী প্ৰাথমিক বিদ্যালয়ৰ কৃষ্ণাশ্ৰী শইকীয়াই, দ্বিতীয় স্থান মহুৰামুখ জাতীয় বিদ্যালয়ৰ অৰ্পিতা লইং, তৃতীয় স্থান লাভ কৰে যোৰহাট বাল্যভৱনৰ চানভী দত্তই, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰে ক্ৰমে কমাৰগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভাগ্যশ্ৰী শইকীয়া, নাজিৰা দিল্লী পাব্লিক স্কুলৰ হংসিকা মজিন্দাৰ বৰুৱা, শংকৰদেৱ শিশু বিদ্যা নিকেতন বোকাখাতৰ অন্যন্যা বৰুৱা, কমাৰগাঁৱৰ আয়ুসী নৱপ্ৰাপ্তি ফুকন, নিশিতা শইকীয়া, বোকাখাত খ্ৰীষ্টজ্যোতি হাইস্কুলৰ ৰিধিমা বৰুৱা, ডিব্ৰুগড় নাহৰকটীয়া ছেন্ট জেভিয়াছ স্কুলৰ নয়নিকা শইকীয়া আৰু কমাৰগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰত্যুষ কাকতি।

গেলাবিল শাখাত সাধু কোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে বোকাখাত টাউন হাইস্কুলৰ প্ৰিয়াক্ষী গগৈয়ে, দ্বিতীয় স্থান বচাপথাৰ জ্ঞানোদয় আদৰ্শ বিদ্যালয়ৰ তনুশ্ৰী নেওগ আৰু তৃতীয় স্থান লাভ কৰিছে গোলাঘাট শিশু ভৱনৰ অংকিত বৰদলৈয়ে। ব্ৰহ্মপুত্ৰ শাখাত সাধু কোৱা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে যোৰহাট সৰুচৰাই ঘৰফলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজশ্ৰী মুদৈয়ে, দ্বিতীয় গোলাঘাট জাতীয় বিদ্যালয়ৰ কাজৰি দুৱৰাই আৰু তৃতীয় স্থান যুটীয়াভাবে মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ চয়নিকা সোণোৱাল আৰু পৰিণীতা হাজৰিকাই।

মুকলি বিহুনাম প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰে গোলাঘাট গৰিয়াবৰপথাৰৰ স্নিগ্ধালক্ষ্মী বৰুৱাই, দ্বিতীয় স্থান যুটীয়াভাৱে বোকাখাতৰ প্ৰান্তিক বৰা আৰু মাজুলীৰ তেজস্বীতা বৰুৱাই, তৃতীয় স্থান দখল কৰে যুটীয়াভাবে যোৰহাটৰ ৰাজশ্ৰী মুদৈ আৰু গোলাঘাট কছাৰীহাটৰ সুদৰ্শনা গগৈয়ে, চতুৰ্থৰ পৰা দশম স্থান লাভ কৰে কমাৰগাঁৱৰ পৰিণীতা হাজৰিকা, গোলাঘাট বৰুৱা গাঁৱৰ দীপাংকী ৰাজখোৱা, কমাৰগাঁৱৰ ভাগ্যশ্ৰী শইকীয়া, লক্ষীমপুৰ ঘিলামৰাৰ বন্তি হাজৰিকা, কমাৰগাঁৱৰ অন্যন্যা দুৱৰা, আয়ুসী নৱপ্ৰাপ্তি ফুকন আৰু তনুশ্ৰী নেওগে।

বিজয়ী প্ৰতিযোগী সকলক লকডাউন অন্ত পৰাৰ পিছতে পুৰস্কাৰ সমুহ প্ৰদান কৰিব বুলি জনাইছে সম্পাদক সাগৰজ্যোতি হাজৰিকাই। ইফালে বিজয়ী প্ৰতিযোগী সকলক প্ৰজন্মৰ সভাপতি ৰিন্টু দুৱৰাৰ ৯১০১৩-৪২৫৮৪ এই নম্বৰত অধিক তথ্যৰ বাবে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে প্ৰজন্মৰ পৰিয়ালবৰ্গই।

Tags: featured3
Share4Tweet3Send

Related Posts

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival
Assam

Remarkable Juvenile Gharial Sighting Signals Assam’s Ecosystem Revival

by News Desk
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
ADVERTISEMENT
Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত
National-International

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
50
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ
National-International

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
50
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ
National-International

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

July 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

Indian Army : পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ১ লাখ কোটিৰ অস্ত্ৰ ক্ৰয়ৰ দিশে ভাৰত

July 3, 2026
Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

Ram Mandir controversy : হিন্দু ভাবাৱেগত আঘাত, অৱশেষত মোনতা ভংগ কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী আৰএছএছৰ

July 3, 2026
Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

Meghalaya Honeymoon murder : ৰাজা ৰঘুবংশী হত্যা গোচৰত মেঘালয় চৰকাৰৰ মুখথেকেচা, অভিযুক্ত পত্নীৰ জামিন বাহাল ছুপ্ৰিম কোৰ্টৰ

July 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx