ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নগাঁৱৰ সাংবাদিকক জিলা বিজেপিৰ অভিনন্দন জ্ঞাপন

News Desk by News Desk
May 28, 2020
Reading Time: 1 min read
A A
0
নগাঁৱৰ সাংবাদিকক জিলা বিজেপিৰ অভিনন্দন জ্ঞাপন

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

নগাঁও : সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কোভিড -১৯ৰ সংক্ৰমণৰ বিভিন্ন বা-বাতৰি আৰু এই মাৰাত্মক ভাইৰাছ বিধ ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা সাংবাদিকসকলক বিভিন্ন ব্যক্তি আৰু সংগঠনে শলাগ লোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে । কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে চলা যুদ্ধখনত নগাঁৱৰ সাংবাদিকসকলে গ্ৰহণ কৰা বলিষ্ঠ ভুমিকাৰ বাবে আজি নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত কুমাৰ নাথৰ নেতৃত্বত এটা দলে নগাঁৱৰ সাংবাদিকসকলক আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে। সমাজিক দূৰত্ব বৰ্তাই আজি নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ জিলা সভাপতি অভিজিত কুমাৰ নাথে নগাঁৱৰ সাংবাদিকসকলক কৰোনাৰ বিৰুদ্ধে অবিৰতভাৱে যুজঁ দিয়াৰ বাবে ফুলাম গামোচা, মাস্ক, চেনিটাইজাৰ, আদি বিতৰণ কৰি উৎসাহ যোগায়।

Ng2 | ASSAM TIMES POST

লগতে নগাঁও প্ৰেছ ক্লাৱৰসমূহ সদস্যক উদ্দেশ্যি এখন মানপত্ৰ ও প্ৰদান কৰে। এই অনুষ্ঠানত নগাওঁ জিলাৰ বিজেপিৰ উপসভাপতি ৰঞ্জিত কুমাৰ বৰদলৈ, সুভাষ দত্ত, সাধাৰণ সম্পাদক পংকজ বৰা, মুকুট দেৱনাথ, সম্পাদক প্ৰণৱ দাস, ৰশ্মি শৰ্মা আৰু যুৱমৰ্চাৰ মনোজ মঙ্গোলনীয়া, ৰাজু ৰয় আদি উপস্থিত থাকে। আনহাতে জিলা বি জে পিয়ে নগাওঁ ইলেক্ট্ৰনিক মেডিয়া এচ’ছিয়েচনৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত ইলেক্ট্ৰনিক মিডিয়াৰ সাংবাদিক সকলকো সম্বৰ্ধনা জনায়। জিলা বি জে পিৰ এই পদক্ষেপক নগাঁৱৰ সাংবাদিকসকলে শলাগ লয়।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On
Assam

Assam Flood Crisis I Dhemaji’s Devastation Still Haunting a Week On

by Staff Reporter
July 6, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

by News Desk
July 4, 2026
50
‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ
Assam

‎Illegal firearm recovered : নগাবাটত চৰকাৰী কৰ্মচাৰীৰ ঘৰৰ পৰা উদ্ধাৰ অবৈধ মাৰণাস্ত্ৰ

by News Desk
July 1, 2026
50
Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods
Assam

Union Ministers Chouhan & Rijiju Rush to Assess Dhemaji Floods

by News Desk
July 1, 2026
50
Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust
Assam

Assam Police Seize Rs 54 Crore Gold in International Smuggling Bust

by ASSAM TIMES POST
July 1, 2026
50
Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated
Assam

Hagrama Mohilary : No Eviction in BTC — 93 Families Rehabilitated

by News Desk
June 30, 2026
50
ADVERTISEMENT
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx