ASSAM TIMES POST
অসমত পুনৰ ৬৭গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ পজিটিভ চিনাক্ত । ইয়াৰ লগে লগে ৰাজ্যত ১৩৩৯ জনলৈ বৃদ্ধি পালে ক’ৰোণাত আক্ৰান্তৰ সংখ্যা।ইয়াৰে ১৬গৰাকী তিনিচুকীয়া, ১০ গৰাকী গোৱালপাৰা, ৯ গৰাকী কোকৰাঝাৰ,৭ গৰাকী শিৱসাগৰ ,৭গৰাকী নগাঁৱৰ, ৫ গৰাকী শোণিতপুৰ, ৩ গৰাকী কৰিমগঞ্জৰ আৰু ২ গৰাকীকৈ কামৰূপ, গোলাঘাট- বাক্সাৰ জিলাৰ৷ টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।বৰ্তমান ৰাজ্যত ১১৪৭ গৰাকী লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।












