ASSAM TIMES POST
নিউজ ডেস্ক:
ৰাজ্যত পুনৰবাৰ নতুনকৈ আক্ৰান্ত হৈছে ২২ জন। ইয়াৰে ১৪ গৰাকী ডিব্ৰুগড়ৰ, ৪ গৰাকী ধেমাজিৰ আৰু ৩ গৰাকী তিনিচুকীয়াৰ আৰু ১ গৰাকী হৈছে চৰাইদেউৰ।

ইয়াৰ সৈতে বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা হৈছে ১১৬৯ জন আৰু ১৮৫ জন লোক বৰ্তমান সূস্থ হৈ উঠিছে।












