ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পুনৰ ৰেকৰ্ড সংক্ৰমণ : আক্ৰান্তৰ তালিকাত সপ্তম স্থানত ভাৰত

Staff Reporter by Staff Reporter
June 1, 2020
Reading Time: 1 min read
A A
0
পুনৰ ৰেকৰ্ড সংক্ৰমণ : আক্ৰান্তৰ তালিকাত সপ্তম স্থানত ভাৰত

0 1 e1574345654996 6 1 2 2 14 12 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

নিউজ ডেস্ক:

প্ৰতিদিনেই বাঢ়িছে ভাৰতত কৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা। সোমবাৰে দেশত মুঠ আক্রান্তৰ সংখ্যাই ১ লাখ ৯০ হাজাৰৰ সীমা পাৰ কৰি গ’ল। ইয়াৰ জৰিয়তে এতিয়া বিশ্বত মুঠ আক্রান্তৰ সংখ্যাৰ হিচাপত ভাৰত নৱমৰ পৰা সপ্তম স্থানলৈ উঠি আহিল। চেৰ পেলালে জার্মানী আৰু ফ্রান্সকো।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত নতুনকৈ ৮ হাজাৰ ৩৯২ জন নতুন ৰোগীৰে দেশত মুঠ আক্রান্তৰ সংখ্যা হ’ল ১ লাখ ৯০ হাজাৰ ৫৩৫ জন। ৰাজ্যসমূহৰ ভিতৰত প্রথম চাৰিটা স্থান মহাৰাষ্ট্র, তামিলনাডু, দিল্লী আৰু গুজৰাটৰ।

আনহাতে, মুঠ মৃত্যুৰ হিচাপত চীনক পিছ পেলোৱাৰ পিছত এইবাৰ ৰাছিয়াকো চেৰ পেলালে ভাৰতে। বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ দেশত মৃত্যু হৈছে ২৩০জনৰ। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুসৰি, কোভিড-১৯-ৰ কাৰণে দেশত মুঠ মৃত্যু হ’ল ৫ হাজাৰ ৩৯৪ জনৰ। ইয়াৰ ভিতৰত মহাৰাষ্ট্রত ২ হাজাৰ ২৮৬ জন, গুজৰাটত ১ হাজাৰ ৩৮ জন আৰু দিল্লীত মুঠ ৪৭৩ জনৰ মৃত্যু হৈছে।
ইফালে, আক্রান্তৰ সংখ্যাৰ ভিত্তিত দেশত সকলোতকৈ বেছি মহাৰাষ্ট্রত। বিগত ২৪ ঘণ্টাত ২ হাজাৰ ৪৮৭ জন নতুনকৈ আক্রান্ত হৈছে ৰাজ্যখনত, মুঠ আক্রান্ত হ’ল ৬৭ হাজাৰ ৬৫৫ জন। ইয়াৰ পিছত তামিলনাডুত ২২ হাজাৰ ৩৩৩ জন, ৰাজধানী দিল্লীত ১৯ হাজাৰ ৮৪৪ জন আৰু গুজৰাটত ১৬ হাজাৰ ৭৭৯ জনৰ মৃত্যু হৈছে।

উল্লেখ্য যে দেশত আক্রান্তসকলৰ ভিতৰত সুস্থ হোৱাৰ সংখ্যাও কম নহয়। কোভিডত আক্রান্ত হোৱাৰ পিছত বৰ্তমানলৈ ৯১ হাজাৰ ৮১৯ জন সুস্থ হৈছে। আনহাতে, বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৪ হাজাৰ ৮৩৫ জন।

Share4Tweet3Send

Related Posts

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

by News Desk
August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

by News Desk
August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

by News Desk
August 10, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ১০০ জনলৈ বৃদ্ধি

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
ADVERTISEMENT
Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
50
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা
Assam

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
50
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

August 10, 2026
Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

Sonitpur road accident : শোণিতপুৰ জিলাৰ মিছামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত যুৱতী-মহিলা

August 10, 2026
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT