ASSAM TIMES POST
নিউজ ডেস্ক:
পুনৰ ২৩ গৰাকী ব্যক্তিৰ গাত ধৰা পৰিল ক’ৰ’ণা ভাইৰাছ। ১১ গৰাকী বৰপেটাৰ, ৫ গৰাকী ওদালগুৰিৰ, ৩ গৰাকী ধুবুৰী, ৩ গৰাকী দৰং আৰু ১ গৰাকী শোণিতপুৰৰ।

ইয়াৰ লগতে সক্ৰিয় ক’ৰ’ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১৩৮৪ জন।

© 2020 Assam Times Post. | Powered By Webx