ASSAM TIMES POST
সুস্থ হৈ উঠিছে আকৌ ৯ জন পূৰ্বৰ ক’ৰ’ণা আক্ৰান্ত ৰোগী। উক্ত ৯ গৰাকী ব্যক্তিৰ ৫ গৰাকী লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ আৰু ৪ গোলাঘাট গৰাকী অসামৰিক চিকিৎসালয়ৰ। টুইটযোগে এই কথা সদৰি কৰে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১২৫২ জন আৰু সুস্থ হৈ উঠা ৰোগীৰ সংখ্যা হৈছে ৪১৩ জন।













