ASSAM TIMES POST
লংকাৰ পৰা মনোজ কুমাৰ পাঠকৰ:
৫৮৪ নম্বৰ লাভেৰে দশম স্থান অধিকাৰ কৰিলে মেধাৱী ছাত্ৰী লংকাৰ অংকিতা দে’ ।লংকা গুড চামাৰিটেন স্কুলৰ পৰা মেট্ৰিকত অৱতীৰ্ণ হৈছিল ছাত্ৰী গৰাকী।শিক্ষক নিৰ্মল দে আৰু সুদীপ্তা দাসৰ কন্যা অংকিতা দে’।ছাত্ৰী গৰাকীৰ ফলাফলত উৎফুল্লিত লংকাবাসী ।













